মূলা কি কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় ?

মূলা স্বাস্থ্যৰ বাবে অতি উপকাৰি। মূলা খালে আমাৰ দেহৰ বহু বেমাৰ নাশ হয়। মূলাত প্ৰটিন, ভিটামিন চি, এ, খনিজ দ্ৰব্য, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, আয়ৰণ, ছডিয়াম, পটাছিয়াম, আই ইউ থায়মিন, ৰাইব’ফ্লেভিন, … Read More

জাতিলাউত কি কি উপাদান আছে আৰু কি কি ৰোগত ব্যৱহাৰ কৰা হয় ?

জাতিলাউ শৰীৰৰ বাবে উপকাৰি। জাতিলাউৰ ইংৰাজী নাম Bottle gourd আৰু বৈজ্ঞানিক নাম Lagemaria Siceraria । জাতিলাউত থকা উপাদানবোৰ হৈছে কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, ছডিয়াম, ক’পাৰ, ছালফাৰ, ভিটামিন … Read More

বেচনত কি ঔষধী গুণ আছে আৰু কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় জানোঁ আহক ।

বেচন স্বাস্থ্যৰ বাবে অতি উপকাৰি। বেচনক Gram flour, Chickpea flour, Garbanzo flour আদি নামেৰেও জনাজাত। বেচনে বহু বেমাৰ নিৰাময় কৰে। বেচন প্ৰ’টিন, কেলৰি, চৰ্বি, আঁহ, লো, মেগনেছিয়াম, ফচফৰাছ, আইৰণ, পটাছিয়াম, … Read More

কলৰ বাকলিত কি কি ঔষধী গুণ আছে ? কল বাকলি কি কি বেমাৰত ব্যৱহাৰ কৰা হয় ?

কল স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, ঠিক তেনেকৈ কলৰ বাকলিও স্বাস্থ্যৰ বাবে উপকাৰী। কলৰ বাকলিত এণ্টি অক্সিডেণ্ট, ভিটামিন এ, বি, চি, ই, পটাছিয়াম, জিংক, আয়ৰণ আৰু মেংগানিজ থাকে। কলৰ বাকলিয়ে বহু … Read More

ধনিয়া স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? ধনিয়াক কি কি মাৰাত্মক ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় সবিশেষ চাওঁক।

আমাৰ স্বাস্থ্যৰ বাবে ধনিয়া পাত বহুত উপকাৰী। ধনিয়াই বহু মাৰাত্মক বেমাৰ নিৰাময় কৰে। ধনিয়া পাতত আঁহ, প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, মেংগানিজ, পটাছিয়াম, কপাৰ,আয়ৰন, কেলচিয়াম, ভিটামিন চি, ভিটামিন এ আদিৰে ভৰপূৰ। ধনিয়াৰ ইংৰাজীৰ … Read More

মচুৰ দালিৰ উপকাৰীতা কি কি ?

মচুৰ দালি আমাৰ সকলোৰে পাকঘৰত সদায় থকা এবিধ খাদ্য সামগ্ৰী। মোক যে মচুৰ দালিৰ তৰকাৰী খন নহলেই নহয়, পিছে আপোনালোকৰো চাগে ? মচুৰ দালিয়ে কেৱল শৰীৰকে পুষ্টি প্ৰদান নকৰে, ই … Read More

গাজৰ খাই আপুনি ভাল পাই নে ? গাজৰৰ ঔষধী গুণ সমূহ কি কি জানে নে ?

গাজৰ হৈছে শীতকালত পোৱা এক পুষ্টিকৰ পাঁচলি। বহুতে গাজৰ চাটনি বনাই খাওঁ। মই আকৌ কেঁচাই চোবাই খালেহে তৃপ্তি পাওঁ। আপুনি বাৰু গাজৰ খাই কেনে পাই? গাজৰৰ বৈজ্ঞানিক নাম Daucus Carota. … Read More

কম বেছি পৰিমানে সকলোৰে দাঁতৰ সমস্যা থাকে। দাঁতৰ এই সমস্যাত ভুগিছে নেকি ?

প্ৰায় মানুহৰ দাঁতত হালধীয়া দাগ পৰা দেখা যায়। কিয় বাৰু জানে নে ? দাঁত ভালদৰে পৰিষ্কাৰ নকৰা, অত্যাধিক চাহ, কফি খোৱা, চিগাৰেট, গুটখা বা ধপাত আদি খোৱাৰ ফলত দাঁত হালধীয়া … Read More

কলমৌ শাকত কি কি ভিটামিন আৰু ঔষধি গুণ আছে ?

কলমৌ শাক ঔষধি গুণেৰে পৰিপূৰ্ণ ৷ এইবিধ শাক আমাৰ স্বাস্থ্য বাবে অতি উপকাৰী। কলমৌ শাকে আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। কলমৌ শাকক ইংৰাজীত water spinach, river spinach আদি বিভিন্ন … Read More

কি কি কাৰনত উচ্চ ৰক্তচাপ বৃদ্ধি হয় আৰু নিৰাময়ৰ উপায় কি ? এই ৰোগত ভুগি আছে যদি আপোনাৰ বাবে এই প্ৰতিবেদন।

আমাৰ প্ৰায় সকলোৰে উচ্চ ৰক্তচাপৰ সমস্যা আছে। কিছুমান সাৱধানতা অৱলম্বন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। উচ্চ ৰক্তচাপে হৃদৰোগ, ষ্ট্র’ক, বৃক্ক ৰোগ, চকুৰ ৰোগ আদি জটিল ৰোগ সৃষ্টি কৰিব পাৰে৷ … Read More

জিকাৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ?

সুস্থ-অসুস্থ সকলো লোকেই নিয়মীয়াকৈ খাব পৰা পাচলি বিধেই হৈছে জিকা। জিকাক ইংৰাজীত Ridged gourd বুলি কোৱা হয়। জিকাত থকা উপাদানবোৰ হৈছে- প্ৰ’টিন, চৰ্বি, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ছডিয়াম, পটাছিয়াম, … Read More

কেঞ্চাৰ, ৰক্তহীনতা, পায়েৰিয়া, স্মৃতি শক্তি, হিমোগ্লোবিনকে ধৰি পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিম খাওঁক এনেকৈ।

ডালিমত ফাইবাৰ, ভিটামিন কে, ভিটামিন চি, ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিড, নিউট্ৰিএন্টছ আদিৰে ভৰপূৰ। ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই মানৱ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ … Read More