পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।

    বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। … Read More

ভাওনাৰ সৃষ্টি আৰু পৰম্পৰা।

“জয় গুৰু শংকৰ” অসমীয়া জাতিৰ প্ৰাণস্পন্দন তথা সৰ্বগুণসম্পন্ন, পৰম আৰাধ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখনত একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে সংস্কাৰ সাধনেৰে একতাৰ এনাজৰী সুদৃঢ় কৰি … Read More

বিশ্বৰ চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয় খন আছে ক’ত ?

কৃষি- অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। বিজ্ঞানসন্মত কৃষি শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন … Read More

“নাৰী দিৱস”

নাৰী দিৱসৰ উৎপত্তি আৰু শুভেচ্ছাৰে Rnewsindia24.com নাৰী অনন্যা, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, নাৰী মমতাময়ী, নাৰী সৃষ্টিৰ পাতনি… কিমান যে অনন্য বিশেষণেৰে বিভূষিত নাৰীৰ পৰিচয়৷ সৃষ্টিৰ আঁৰৰ প্ৰশান্তিৰ অনুভৱেৰে গঁঠা এটি … Read More

বিশ্বৰ শীৰ্ষ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত “অসম”।

“অসম আমাৰ ৰূপহী গুণৰো নাই শেষ” – ভাৰতৰত্ন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা। “অসম” বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মিলনভূমি। উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ‘অসম’। চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে … Read More

‘Kapé MAC’

  ■ ২০/১২/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অৱনৰি সমষ্টি পৰিদৰ্শন কৰি ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। পৰিদৰ্শন কালত সংগ … Read More

Kapé MAC

■ ১০/১২/২০২৪ তাৰিখে চিলাপথাৰস্থিত দঃঞি পঃল কমপ্লেক্সৰ প্ৰাংগনত নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন আৰু চিলাপথাৰ কুলাজান সমবায় সমিতিৰ নৱ-নিৰ্মিত‌ কাৰ্যালয়ৰ শুভ উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ … Read More

Kapé MAC

মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪। মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৪/১২/২০২৪ তাৰিখৰ পৰা ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ দিনীয়াকৈ “পঞ্চদশ মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪” অনুষ্ঠিত … Read More

চকু দৃষ্টিশক্তি ঘৰুৱা চিকিৎসা।

    আপোনাৰ বাৰু চকুৰ দৃষ্টিশক্তি কমিছে নেকি ? যদি কমিছে অতিশীঘ্ৰে এইবিধ খাদ্য খাওঁক।   আমাৰ স্বাস্থ্যৰ বাবে মাছৰ যিদৰে উপকাৰী ঠিক সেইদৰে মাছৰ কণীও অতি উপকাৰী। বহু লোকৰ বাবে … Read More

বিশ্ব ঘনচিৰিকা দিৱস।

“মুখত দুডাল দুবৰি বন, দুডাল খৰিকা, মোৰ চোতালত উমলহি অ’ ঘনচিৰিকা…। বিশ্ব ঘনচিৰিকা দিৱস। প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘনচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। পোনপ্ৰথমবাৰৰ বাবে … Read More