Assam Rural News Spread the lovehttps://rnewsindia24.com/wp-content/uploads/2021/01/Untitled-15_720p_3.mp4 দোমাহী উৎসৱৰ আজি সামৰণি পৰিল Assam December 17: কৃষ্ণাই বেল্ডংপাৰা কিশোৰী ডোবাত ৰাভা জনগোষ্ঠীৰ চাৰিদিনীয়াকৈ উদযাপন কৰা দোমাহী উৎসৱৰ আজি সামৰণি পৰে । এই অনুষ্ঠানত স্হানীয় ৰাইজে পৰম্পৰা লোক বাদ্যৰে গীত, নৃত্য কৰি এই দোমাহি উৎসৱৰ সামৰণি মাৰে ।