জামু স্বাস্থ্যৰ বাবে উপকাৰি।
জামু খালে বহু বেমাৰ নিৰাময় হয়।
জামুৰ বৈজ্ঞানিক নাম Syzygium cumini .
জামুত আইৰন, প্ৰটিন, শৰ্কৰা, ভিটামিন- A, B, C, প্ৰটিন, কেলছিয়াম, কাৰ্বহাইড্ৰেট, গ্লুক’জ আদিৰে ভৰপূৰ।
জানো আহক জামুৰ ঔষধী গুণ সমূহঃ
1. জামু খালে পাকস্থলীৰ সমস্যা দূৰ হ’ব।
2. জামু খালে শৰীৰত তেজৰ স্তৰ বৃদ্ধি হয় আৰু
শৰীৰত ৰক্তহীনতা উপশম কৰাত সহায় কৰে।
3. জামুৱে পেটৰ বিভিন্ন ৰোগ, কাহ, কফ, শৰীৰৰ জ্বলন পোৰন, ৰক্তবিকাৰ আদিৰ পৰা হাত সাৰিব পাৰি।
4. এপেণ্ডিচাইটিছৰ সমস্যা থাকিলে জামুৰ কাৰ্ণেলৰ গুড়ি, দৈৰ সৈতে মিহলি কৰি খালে উপশম পোৱা যায়।
5.জামুত হাড় লো, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম খনিজ পদাৰ্থ থাকে বাবে হাড় আৰু দাঁত শক্তিশালী কৰে।
6. জামুৱে হজম বৃদ্ধি কৰাত সহায় কৰে।
7. জামুৰ চৰবত খালে বমি,তেজ হাগনি,পেট বিষ,কেচুঁমূৰিয়া আদি ৰোগ ভাল হয়।
8. আমৰ ৰস আৰু জামুৰ ৰস সমপৰিমাণে মিহলাই খালে পানী মধুমেহ ৰোগ নিৰাময় কৰে।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
কাংকান কায়োম R News India 24