Mising Autonomous Council .
গৰম পানী আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
গমৰ পানী খালে দেহৰ বহু বেমাৰ নাশ হয়।
যিহেতু এতিয়া শীতকাল, গৰমপানী নহলেই নহয়।
ঠাণ্ডা পানী খাবই নোৱাৰি।
আপুনি বাৰু জানে নে গৰম পানী খালে শৰীৰৰ কি কি বেমাৰ নাশ হয় ?
জানো আহকঃ
1. খালি পেটত ৰাতিপুৱা গৰম পানী খালে মূত্র সম্বন্ধীয় ৰােগৰ পৰা উপশম পায় আৰু পেচাব ভালকৈ হয়।
2. যদি গেছৰ বাবে গাৰ বিষ হয় , তেন্তে এক গিলাচ গৰম পানী খালে ইয়াৰ পৰা উপশম পোৱা যায়।
3. ছালৰ বাবে গৰমপানী অতি উপকাৰী।
4. ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ হলে এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে এই বিষৰ পৰা পৰিত্ৰান পাব পাৰি।
5. শৰীৰৰ যিকোনো ঠাইত যদি বিষ হয় তেতিয়া গৰম পানী খাব লাগে।
6. নিয়মিত গৰম পানী সেৱন কৰা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে।
7. নিয়মীয়াকৈ গৰম পানী খালে শৰীৰৰ অত্যাধিক ওজন হ্ৰাস পায় আৰু অলাগতিয়াল Fat কমি যায়।
8. গৰম পানীয়ে শৰীৰৰ তেজ চলাচল সঠিকভাবে ৰাখে আৰু ঘামৰ মাধ্যমেৰে বেয়া বস্তু বিলাক সহজতে উলিয়াই দিব পাৰে।
9. কোষ্ঠকাঠিন্য হ’লে নিৰাময়ত কুহুমীয়া গৰম পানী খাব লাগে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে নিয়মীয়াকৈ গৰম পানী খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council .
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
কাংকান কায়োমৰ প্ৰতিবেদন R News India 24