ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত ১০০ সংখ্যক কেবিনেট বৈঠক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।
উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়-
১/ ৰাজ্যত বিলুপ্ত হ’ব ২৪টা মহকুমা।
ইয়াৰ বিপৰীতে গঠন কৰা হয় ৮১খন উপ-জিলা।
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব উপ-জিলাসমূহ।