সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক কৰ্মশালা।

ধেমাজি খণ্ড শক্তিৰ অৰ্ন্তগত জিয়াঢল শাখা শক্তিত পঞ্চায়ত ভিক্তিত এখনি দলীয় সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰে।
কৰ্মশাখন সঞ্চালনা কৰে পঞ্চায়ত সভানেত্ৰী ডিম্বেশ্বৰী দলেয়ে।

কৰ্মশালাত উপস্থিত থাকে সন্মিলিত গণশক্তি দলৰ কেন্দ্ৰীয় শক্তিৰ সাঃসম্পাদক ৰাজু খনিকৰ, ধেমাজি খণ্ড শক্তিৰ সম্পাদক জীৱন চন্দ্ৰ পায়েং, ড° ৰাজেশ চিন্তে, কেন্দ্ৰীয় শক্তিৰ সদস্য ৰাজীৱ দলে, বিৰেন চাংমাই, টুনিৰাম পাগিং, জিলা শক্তিৰ ৰজনী পেগুকে ধৰি গনশক্তিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।


