Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
Rnewsindia24.com Assam December 22/2023:-
১/ আজি ছহিদ কনকলতা বৰুৱাৰ জন্মবাৰ্ষিকী৷
গহপুৰত ৰাজ্যিকভাৱে ছহিদগৰাকীৰ ওপজা দিন উদযাপন কৰে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, বিধায়ক উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, অতিৰিক্ত মুখ্য সচিব অশোক বৰ্মন, বিৰংগনা কনকলতা বৰুৱা আৰু বীৰ স্বহীদ মুকুন্দ কাকতিৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন ব্যক্তি সকল।
২/ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠান।
২০১৬ চনত বৃত্তি লাভ কৰা শিক্ষাৰ্থীক ধন প্ৰদান অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
৩/ জাগীৰোডত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা৷
বহুকেইখন আঁচনিৰ কামৰ পৰ্যৱেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে৷
২৪ ডিচেম্বৰত আঁচনিসমূহৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।