Spread the love

দোমাহী উৎসৱৰ আজি সামৰণি পৰিল

Assam December 17:  কৃষ্ণাই বেল্ডংপাৰা কিশোৰী ডোবাত ৰাভা জনগোষ্ঠীৰ চাৰিদিনীয়াকৈ উদযাপন কৰা দোমাহী উৎসৱৰ আজি সামৰণি পৰে । এই অনুষ্ঠানত স্হানীয় ৰাইজে পৰম্পৰা লোক বাদ্যৰে গীত, নৃত্য কৰি এই দোমাহি উৎসৱৰ সামৰণি মাৰে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *