MAC ৰ ২১ সংখ্যক বৈঠকত কি কি বিষয়ে বিশেষ গুৰুত্ব লাভ কৰিলে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদ বৈঠক।
“হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰচাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত “হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি “তিৰংগা” উৰুৱাই প্ৰতিখন পৰিষদীয় সমষ্টিত এই অভিযানৰ সফ ৰূপায়ণৰ বাবে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আহ্বান জনাই।
২১সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ, সম্পদ সংৰক্ষণ আৰু জীৱন জীৱিকা মিছনৰ প্ৰচাৰ-প্ৰসাৰ আৰু কেনেকৈ কাৰ্য্যকৰী কৰা হব সেই বিষয়ে বিতং ভাৱে আলোচনা কৰে।
ইয়াৰ লগতে গ্ৰেচিয়া টেকন’লজী প্ৰাইভেট লিমিটেড আৰু আৰ নিউজৰ দ্বাৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মিডিয়া চেলৰ ব্যৱস্থাপনা আৰু প্ৰচাৰ প্ৰসাৰৰ বিষয়ে এক বিশেষ আৰ্হি প্ৰদৰ্শন কৰে।
পৰিষদৰ মাননীয় উপাধ্যক্ষ জয়গেশ্বৰ কুটুম দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভুবন গাম ।
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
R News India 24