কণী আমাৰ স্বাস্থ্যৰ বাবে কিমান অপকাৰী আপুনি জানে নে ?

Spread the love

Mising Autonomous Council
Mising Autonomous Council .

কণী আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু অপকাৰীও।

আপুনি নিশ্চয় কণী খায় ভাল পায় ?

কণীত থকা উপাদানবোৰ হৈছে প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, সম্পৃক্ত চৰ্বি, অসম্পৃক্ত চৰ্বি, কলেষ্টেৰল, ভিটামিন এ, ই, ডি, বি১, বি২, বি১২, কলিন,
আইৰণ, মেগনেছিয়াম, কপাৰ, আয়’ডিন, জিংক,
ছ’ডিয়াম আৰু মেংগানিজ আদি।

জানো আহক কণীৰ অপকাৰীতাঃ

ক) ডায়েবেটিছ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলে কণী খাব নালাগে।

খ) কণীৰ খোৱাৰ ফলত আৰ্থ্ৰাইটিছ হব পাৰে।
অতিৰিক্ত কণী খোৱা স্বাস্থ্যৰ বাবে ভাল নহয়।

গ) কণী খোৱাৰ পিছত, চাহ খালে শৰীৰৰ কোষ্ঠকাঠিন্য সমস্যা হয়।
সেয়েহে ৰাতিপুৱাৰ আহাৰত কণী খাব বিচৰাসকল সাৱধান হ’ব লাগে।

ঙ) কণী আৰু চেনি একেলগে মিহলি কৰিলে ক্ষতিকাৰক এমিনো এচিড সৃষ্টি হয়।
ই তেজ চলাচলত বাধা দিয়ে।
গতিকে কণীৰ সৈতে চেনি খাব নালাগে।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কণী খোৱা বৰ্জন কৰক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।

ধন্যবাদ।

 

 

 

News Editor Sangita Dutta R News India 24

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *