সূৰ্যাস্তৰ সময়ত ভুলটো এইকেইটা কাম কৰিব নালাগে।

Spread the love

আমাৰ দৈনন্দিন জীৱনত কিছু কাম সূৰ্যাস্তৰ যোৱা পিছত কৰিব নালাগে।

জানো আহক সূৰ্যাস্তৰ সময়ত কি কি কৰিব নালাগেঃ-

ক) সূৰ্যাস্তৰ সময়ত ভোজন গ্ৰহণ কৰিব নালাগে।

খ) সূৰ্যাস্তৰ সময়ত কেতিয়াও বিছনাত পৰি থাকিব নালাগে।

গ) সূৰ্যাস্তৰ সময়ত ঘৰত কান্দিব নালাগে কিয়নো ইয়াকো মৃত্যুৰ কাৰণ বুলি মনা হয়।

ঘ) সূৰ্যাস্তৰ সময়ত ঘৰত থৈ দিয়া দৈ কেতিয়াও কাকো দিব নালাগে।

ঙ) সূৰ্যাস্তৰ পাছত কেতিয়াও তুলসী পাত ছিঙিব নালাগে বা চুব নালাগে।

চ) সূৰ্যাস্তৰ পাছত ঘৰত কেতিয়াও ঝাড়ু মাৰিব নালাগে।

ছ) সূৰ্যাস্তৰ সময় অৰ্থাৎ সন্ধিয়া পৰত কাকো ধাৰ দিব নালাগে।

সূৰ্যাস্তৰ সময়ত এনে কৰিলে মা লক্ষ্মীয়ে ঘৰএৰি যায়।

গতিকে আপোনালোকে সেই সময়ত এনেবোৰ কাম নকৰিব।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *