অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ তথা অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া শুচিব্ৰতা ৰায়চৌধুৰীৰ জীৱন যাত্ৰা ।

শুচিব্ৰতা ৰায়চৌধুৰীঃ তেওঁ জন্ম হৈছিল ১৯২৯ চনৰ ১ ছেপ্টেম্বৰত গুৱাহাটীৰ পানবজাৰত। তেখেত এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁৰ পিতৃ স্বাধীনতা সংগ্ৰামী অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী … Read More

ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণব কুমাৰ মুখাৰ্জীৰ জীৱন যাত্ৰাঃ

প্ৰণব কুমাৰ মুখাৰ্জীৰ ১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্ম হৈছিল। তেখেত ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশেষকৈ তেওঁ … Read More

বিশিষ্ট বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ স্বৰ্ণকুমাৰী দেৱীৰ জীৱন যাত্ৰা ।

স্বৰ্ণকুমাৰী দেৱীঃ ভাৰতৰ এগৰাকী বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী আছিল। তেখেতে বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে বহুকেইখন কাব্যগ্ৰন্থ, উপন্যাস, নাটক, প্ৰৱন্ধ লিখি উলিয়াইছে। … Read More

বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ জীৱন যাত্ৰা ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত আজিৰ দিনটোতে মৃত্যু হৈছিল। তেখেতে অসমীয়া গ্ৰাম্য জীৱনৰ লোক সংগীতক চহকী কৰি থৈ গ’ল। তেওঁৰ সুৰৰ মায়াজালেৰে বন্দী কৰিছিল শ্ৰোতা-দৰ্শকক আৰু গীতৰ কথাৰে চলিছিল সমাজৰ … Read More

ন’বেল বটা প্ৰাপ্ত, মানৱ সেৱাৰ হকে জীৱন উচৰ্গা কৰা ভাৰত ৰত্ন মাদাৰ টেৰেছাৰ জীৱনযাত্ৰা।

“মানুহ স্বার্থপৰ, যুক্তিহীন আৰু অবিবেচক হ’ব পাৰে, তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা”। মানৱ সেৱাৰ বাবে জীৱন উচৰ্গা কৰা এগৰাকী মহিয়সীৰ নাৰীৰ নাম যি বিশ্বই পাহৰিব নোৱাৰে। যাৰ প্রেম, দয়া আৰু … Read More

বাংলাদেশৰ বিশিষ্ট লেখিকা, চিকিৎসক তছলিমা নাছৰিনৰ জীৱন যাত্ৰা ।

বাংলাদেশৰ বিশিষ্ট লেখিকা, চিকিৎসক তছলিমা নাছৰিনৰ আজি উপজা দিন। বৰ্তমানলৈকে তেখেতে বহুতো গ্ৰন্থ লিখি উলিয়াইছে। জানো আহক তছলিমা নাছৰিনৰ জীৱনযাত্ৰাৰ বিষয়েঃ ১৯৬২ চনৰ ২৫ আগষ্টত মৈমনসিঙত তছলিমা নাছৰিনৰ জন্ম হৈছিল। … Read More

ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা (দধিচী)ৰ জীৱন যাত্ৰা।

জীৱেশ্বৰ ডেকাঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় অভিনেতা। তেওঁ অসমৰ প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰতে অভিনয় কৰিছিল। মুকুন্দ থিয়েটাৰত ‘দধিচী‘ নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ … Read More

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ (কেকে)ৰ জীৱন যাত্ৰা ।

বলীউডৰ কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ ৰ আজি উপজা দিন। তেওঁক “কেকে” নামেৰে পৰিচিত। তেখেতে সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান সমূহৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব। কণ্ঠশিল্পী গৰাকীৰ জীৱনযাত্ৰাঃ তেখেত জন্ম হৈছিল ১৯৬৮ চনৰ … Read More

কবি, প্ৰবন্ধকাৰ, শিক্ষাবিদ, সমালোচক মহেন্দ্ৰ বৰাৰ জীৱন যাত্ৰা ।

মহেন্দ্ৰ বৰাঃ তেখেত অসমৰ এগৰাকী কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। জানো আহক মহেন্দ্ৰ বৰা দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ তেখেত জন্ম হৈছিল ১৯২৯ চনৰ … Read More

প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৭৮ তম জন্ম জয়ন্তী বিশেষ।

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭৮ তম জন্ম জয়ন্তী। এই উপলক্ষে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ সমাধি স্থান বীৰ ভূমিত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰবাৰ্ট … Read More

সাহিত্যিক, গীতিকাৰ, কবি, নাট্যকাৰ, “গীতিকবি” পাৰ্ৱতি প্ৰসাদ বৰুৱা।

“আপুনি যদি আপোনাৰ নিজস্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ’লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ’লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম … Read More

অভিনেতা, গল্পকাৰ, স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ জীৱন যাত্ৰা ।

লক্ষ্যধৰ চৌধুৰীঃ অসমৰ নাট তথা বোলছবি জগতৰ পিতামহ স্বৰূপ। তেখেতে ভাৰত ত্যাগ আন্দোলন ৰ সময়ত সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বহুবাৰ আত্মগোপন কৰিছিল।   তেখেত একাধাৰে অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা … Read More