কম বেছি পৰিমানে সকলোৰে দাঁতৰ সমস্যা থাকে। দাঁতৰ এই সমস্যাত ভুগিছে নেকি ?

প্ৰায় মানুহৰ দাঁতত হালধীয়া দাগ পৰা দেখা যায়। কিয় বাৰু জানে নে ? দাঁত ভালদৰে পৰিষ্কাৰ নকৰা, অত্যাধিক চাহ, কফি খোৱা, চিগাৰেট, গুটখা বা ধপাত আদি খোৱাৰ ফলত দাঁত হালধীয়া … Read More

ছাল আৰু চুলিৰ সৌন্দৰ্য বঢ়াবলৈ খাওঁক এইবিধ পাচলি।

ভেন্দি অত্যন্ত পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন। ভেন্দিৰ ইংৰাজী প্ৰতিশব্দ হৈছে Ladies finger. ভেন্দিত ডায়েটেৰী ফাইবাৰ, কাৰ্বোহাইড্ৰেট, প্ৰটিন, প’টেচিয়াম, চ’ডিয়াম, মেগনেচিয়াম, কেলচিয়াম, আইৰণ, জিংক,মেংগানিজ, ফচফ’ৰাচ, ভিটামিন বি৬, ভিটামিন বি১২, ভিটামিন এ, … Read More

কেঞ্চাৰ, হৃদৰোগ, গ্ল’কমা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেচন, এচিডিটি আদি ৰোগৰ পৰা পিয়াঁজে আপোনাক বচাব পাৰে। কেনেকৈ জানে নে ?

পিয়াঁজ আমাৰ স্বাস্থ্য বাবে বহুত উপকাৰী। কৰ্কট ৰোগ, গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন, শৌচ ,এচিডিটি, পেটৰ বিষ, কাহ, কফ, হাৰ্টৰ সমস্যা আদিৰ বাবে পিয়াঁজ অতি উত্তম। পিয়াঁজত থকা ভিটামিন সমূহ হৈছে- ফ’লেট, … Read More

মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি মাৰাত্মক ৰোগৰ পৰা বাচিবলৈ কি কৰিব ?

কেঞ্চাৰ, প্ৰষ্টেট, মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি ৰোগৰ বাবে নহৰু অতি উত্তম। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। ইংৰাজী নহৰুক “Garlic root” বুলি কোৱা … Read More

কেঞ্চাৰ, ৰক্তহীনতা, পায়েৰিয়া, স্মৃতি শক্তি, হিমোগ্লোবিনকে ধৰি পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিম খাওঁক এনেকৈ।

ডালিমত ফাইবাৰ, ভিটামিন কে, ভিটামিন চি, ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিড, নিউট্ৰিএন্টছ আদিৰে ভৰপূৰ। ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই মানৱ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ … Read More

ড্ৰাই ফুদৰ ৰজা “কাজু বাদাম” কিয় কেতিয়া খাব লাগে আৰু নালাগে ?

কাজু বাদামঃ ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন, মিনাৰেল তথা বিভিন্ন পুষ্টিকৰ তত্ত্বও থাকে যেনে- ছদিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, ভিটামিন B6, ভিটামিন K আদি পোৱা যায়৷ ইয়াক ইংৰাজীত “Cashew nuts” বুলি কোৱা … Read More

চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More