“Kapé MAC”

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ০৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ০৯/০২/২০২৫ তাৰিখলৈকে চাৰিদিনীয়াকৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ষষ্ঠ সংখ্যক MAC-SL সফলতাৰে সামৰণি পৰে। চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত … Read More

Kapé MAC

মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪। মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৪/১২/২০২৪ তাৰিখৰ পৰা ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ দিনীয়াকৈ “পঞ্চদশ মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪” অনুষ্ঠিত … Read More

মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক ‘ভাষা দিৱস’ উদযাপন।

লখিমপুৰ জিলাৰ ঘূণাসূঁতি মিৰি জীয়ৰী মহাবিদ্যালয় প্ৰাঙ্গনত মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক ‘ভাষা দিৱস’ বৰ্ণাধ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰে। অসম চৰকাৰৰ পূঁজিৰে নিৰ্মাণ কৰা আগম মিগাং তাবুৰাম টাইদৰ প্ৰতিমূৰ্তি … Read More

গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ জাহ্ ৰ নেতৃত্বত প্ৰশংসনীয় পদক্ষেপ। বিশেষ অভিভাৱক সজাগতা সভা ।

গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ জাহ্ ৰ নেতৃত্বত প্ৰশংসনীয় পদক্ষেপ। বৰ্তমান সময়ত সামাজিক প্ৰচাৰ মাধ্যমৰ বিৰূপ প্ৰভাৱৰ লগতে সমাজত প্ৰচলিত হৈ থকা অন্যান্য অন্ধবিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অভিভাৱক … Read More