“Kapé MAC”

♦️ দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত বিশেষ বৈঠক মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। ১৮/১১/২০২৫ তাৰিখে দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত উদযাপন সমিতিৰ সৈতে বিশেষ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য … Read More

“KAPÉ MAC”

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত নিয়োগ মেলা। ০৯/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Confederation of Indian Industry, CII Model Career Centre ৰ সহযোগত পৰিষদীয় এলেকাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী … Read More

সদৌ অসম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ ২০২৫। 

■ ১১ জুলাই ২০২৫ অসমৰ উদীয়মান খেলুৱৈ তথা উঠি অহা প্ৰজন্মৰ বৰ্তমানৰ অতি প্ৰিয় ক্ৰীড়া হৈছে পেঞ্চাক চিলাট। তাৰে উৎকৃষ্ট নিদৰ্শন প্ৰতিফলিত হৈছে এই চেম্পিয়নশ্বিপত। লখিমপুৰ জিলাৰ ত্যাগ ক্ষেত্ৰৰ খেলপথাৰত … Read More

লখিমপুৰবাসী লৈ ১১০ কোটি টকাৰ জনমুখী প্ৰকল্প আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে।

■ 16 June 2025 দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। লখিমপুৰ জিলাৰ বড়িমূৰীৰ বাইপাছত নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয় শুভ উদ্বোধন, আজাদৰ বেবেজীয়া কুমাৰটুপত … Read More

অসম পেঞ্চাক চিলাট সন্থাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সফল সামৰণি।

■ 11 June 2025 ৮ ৰ পৰা ১১ জুন তাৰিখলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে অসম পেঞ্চাক চিলাট সন্থাৰ উদ্যোগত ধেমাজিৰ গৰুমৰা বুৰিসূতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত “গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰ” অনুষ্ঠিত কৰে। সামৰণি … Read More

বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ কাষত MACৰ প্ৰাক্তন CEM পৰমানন্দ চায়েঙীয়া।

■ Tuesday 3 Jun 2025 প্ৰজন্মৰ পিছত প্ৰজন্ম নিঃশেষ হৈ গৈছে, কিন্তু শেষ নহয় অসমৰ বানপানীৰ সমস্যা। এই সমস্যাত প্ৰত্যেক বছৰে অসমবাসীয়ে দুৰ্ভোগ ভুগি আহিছে। বহু লোকে হেৰুৱাইছে আপোনজনৰ লগতে … Read More

Kapé MAC

    ■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৮/০১/২০২৫ পৰা গুৱাহাটী খানাপাৰা পশুস্বাস্থ্য কেন্দ্ৰ খেলপথাৰত পাঁচ দিনীয়াকৈ “ষষ্ঠদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫” অনুষ্ঠিত কৰে। উদ্ধোধনী অনুষ্ঠানটিৰ সঞ্চালনা কৰে … Read More

Kapé MAC

■ ১৮/১১/২০২৪ তাৰিখে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ধেমাজি সম্বৰ্দ্ধনা আৰু মুখপত্ৰ “নাট্যপ্ৰজ্ঞা” উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী … Read More

Kapé MAC

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে।   … Read More

সন্মিলিত গনশক্তি অসম, মাজুলী খণ্ড শক্তিৰ উদ্যোগত সাংগঠনিক সভা।

সভাত সভাপতিত্ব কৰে মাজুলী খণ্ড শক্তিৰ সভাপতি নগেন নাথয়ে । উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য তথা মাজুলী জিলা শক্তিৰ সম্পাদক উমা পাঠৰি, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ … Read More

সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক কৰ্মশালা।

ধেমাজি খণ্ড শক্তিৰ অৰ্ন্তগত জিয়াঢল শাখা শক্তিত পঞ্চায়ত ভিক্তিত এখনি দলীয় সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশাখন সঞ্চালনা কৰে পঞ্চায়ত সভানেত্ৰী ডিম্বেশ্বৰী দলেয়ে।       কৰ্মশালাত উপস্থিত থাকে সন্মিলিত গণশক্তি … Read More

সন্মিলিত গণশক্তি অসমৰ উদ্যোগত “শ্ৰমিক অভিৱৰ্তন”।

অহা ১ মে’ত সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তিৰ সহযোগত “আন্তজাৰ্তিক শ্ৰমিক দিৱস” উপলক্ষ্যে গোগামুখ আবুতানি লত্তাত এখনি “শ্ৰমিক অভিৱৰ্তন” আয়োজন কৰিছে। সন্মিলিত গণশক্তি অসমৰ ষষ্ট ত্ৰি-বাৰ্ষিক অধিৱেশনত … Read More