এঘাৰমাইল শংকৰদেৱ শিশু নিকেতন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে “শিক্ষক দিৱস” উদযাপন।
“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ” ভাৰতবৰ্ষৰ মহান দাৰ্শনিক, শিক্ষাবিদ, স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, … Read More

