অজন্তা নেওঁগ আৰু ৰাজদ্বীপ গোৱালাৰ বিজেপিত যোগদান
অজন্তা নেওঁগ আৰু ৰাজদ্বীপ গোৱালাৰ বিজেপিত যোগদান
Assam December 28: অহা ২৯/১২/২০২০ তাৰিখ মংগলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যোষ্ঠ নেত্ৰী, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছীৰ বিধায়ক অজন্তা নেওগৰ লগতে বিধায়ক ৰাজদ্বীপ গোৱালাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰিব। সেই উপলক্ষে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত কাইলৈ পুৱা ১১ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসৰ উপস্থিতিত এক যোগদান অনুষ্ঠান আয়োজন কৰিছে ।
By: R News India 24

