ঢকুৱাখনাত TMPK ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামূহিক ছাপাই আৰু মাৰাথান দৌৰ কাৰ্যসূচী সম্পন্ন।
১৬ অক্টোবৰ অৰ্থাৎ অহা কাইলৈ ঢকুৱাখনা জিলা সমিতিত অন্তৰ্ভুক্ত TMPK, MMK, TMMK ১১ খন আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰতিটো বাঃতাগ কেবাঙত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব।
আমাৰ সমাজ তথা দেশখনক পৰিষ্কাৰ কৰি ৰখাটো প্ৰত্যেকগৰাকী নাগৰিকৰে দ্বায়িত্ব।
সমাজ এখন উন্নতি হ’বলৈ ব্যক্তিবিশেষৰ সকলো দিশতে উন্নত হোৱাটো অতি প্ৰয়োজনীয়।
মানসিক, শাৰীৰিক, বৌদ্ধিক আৰু সামাজিক সকলো দিশত স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰত্যেকগৰাকী নাগৰিকে তেওঁৰ বাসস্থান, পথ, সমাজ আৰু দেশ পৰিষ্কাৰ-পৰিচ্ছন্নতা হোৱা নিতান্তই প্ৰয়োজন ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
ঢকুৱাখনাৰ পৰা অমৃত দলেৰ প্ৰতিবেদন Rnewsindia24