দ্ৰোণ শাকত কি কি ঔষধি গুণ আছে ? দ্ৰোণ শাক কিয় কেনেকৈ খাব লাগে জানে নে ? - R News India 24
Skip to content
দ্ৰোণ শাক স্বাস্থ্যৰ বাবে অতি উপকাৰি।
দ্ৰোণ শাক খালে দেহৰ বহু বেমাৰ নাশ হয়।
দ্ৰোণৰ শাকৰ বৈঞ্জানিক নাম হ’ল – Leucas aspera.
ইংৰাজীত Leucas বুলি কোৱা হয়।
দ্ৰোণ শাক বিষহাৰক,জ্বৰ-নাশক, ৰোগ প্ৰতিৰোধক, কৃমিনাশক, লিভাৰ, কাহ আৰু ডায়বেটিজ আদি ভাল কৰে।
জানো আহক দ্ৰোণ শাকৰ ঔষধী গুণ সমূহঃ
1. দ্ৰোণ শাকে কফ দূৰ কৰে, পেটৰ কৃমি নাশ, ভোক বৃদ্ধি হয়, খৰ খজুৱতি ভাল হয়
2. দ্ৰোণে পাকস্থলীৰ আলচাৰৰ উপশম ঘটায় আৰু শৌচ নিৰাময় কৰে ৷
3. দ্ৰোণে একজিমা, স্কেবিজ, চ’ৰিয়াচজাতীয় জটিল চৰ্মৰোগ ভাল কৰে।
4.দ্ৰোণ খালে কটা ঘা, জুইয়ে পোৰা, খুন্দা খাই দুখ পোৱা বা ফুলি উঠা আদি নিৰাময় হয়।
5. দ্ৰোণত এন্টিঅক্সিডেন্ট থাকে বাবে কিডনিক সুৰক্ষা প্ৰদান কৰে আৰু জণ্ডিছ ৰোগ ভাল হয়।
6. মৌৰ সৈতে দ্ৰোণৰ ৰস খালে গ’নৰিয়া, ধাতু দূৰ্বলতা, প্ৰসাবৰ বিকাৰৰ আদিত সুফল পোৱা যায়।
7 অনিয়মীয়া মাহেকীয়া, মাহেকীয়াৰ বিষত দ্ৰোণ বৰ উপকাৰী ।
মাহেকীয়া হৈ থকা সময়ত দ্ৰোণশাক খালে ৰক্তস্ৰাব বেচি হব পাৰে ৷
8. টনচিল, চাইনাচ, পেলু হলে দ্ৰোণ শাক খালে সুফল পোৱা যায়।
গতিকে দ্ৰোণ খাওঁক আৰু নিৰোগী হৈ থাকক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta