জিলমিল শাকৰ ঔষধী গুণ। - R News India 24
Skip to content
Mising Autonomous Council .
জিলমিল শাক আমাৰ দেহৰ বাবে অতি উপকাৰীতা ।
এই বিধ শাক খালে দেহৰ বহু বেমাৰ নাশ হয়।
জিলমিল শাকৰ গছ জোপা দেখিবলৈও বৰ ধুনীয়া নহয় নে?
জিলমিল শাক কেলচিয়াম, আইৰন, মেগনেচিয়াম, মেংগানিজ, ফচফৰাচ, পটাচিয়াম, চডিয়াম, জিংক, প্ৰটিন, ভিটামিন এ, ভিটামিন চি, ভিটামিন B6 আদি পুষ্টিতত্বৰে ভৰপূৰ।
জিলমিল শাকৰ বৈজ্ঞানিক নাম হৈছে- ‘Chenopodium album’।
জানো আহক জিলমিল শাকৰ ঔষধী গুণ সমূহঃ
1. জিলমিল শাক খালে পুৰুষৰ শুক্ৰাণু বৃদ্ধি হয়।
2. জিলমিল শাক নিয়মীয়াকৈ খালে কিডনিত পাথৰ আৰু কোষ্ঠ কাষ্ঠিন্যৰ ৰোগ নহয়।
3. মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে জিলমিল শাক খাব লাগে।
4. জিলমিল শাকে শৰীৰত শক্তি বৃদ্ধি কৰে।
5. জিলমিল শাকৰ ৰস খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি ৰোগ নাশ হয়।
6. চকুৰ খজুৱতি, চকু ৰঙা পৰিলে জিলিমিল শাক অতি উত্তম।
7. জিলমিল শাক মূত্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগৰ বাবে উপকাৰী।
9. বগা দাগ, খজুৱতি, আদি চৰ্মৰোগত নিয়মীয়াকৈ জিলমিল শাক খালে সুফল পোৱা যায়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে জিলমিল শাক খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council.
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
