বেচনত কি ঔষধী গুণ আছে আৰু কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় জানোঁ আহক । - RnewsIndia24.com
Skip to content
বেচন স্বাস্থ্যৰ বাবে অতি উপকাৰি।
বেচনক Gram flour, Chickpea flour, Garbanzo flour আদি নামেৰেও জনাজাত।
বেচনে বহু বেমাৰ নিৰাময় কৰে।
বেচন প্ৰ’টিন, কেলৰি, চৰ্বি, আঁহ, লো, মেগনেছিয়াম, ফচফৰাছ, আইৰণ, পটাছিয়াম, ছডিয়াম, তাম, জিংক, ফলেট, ভিটামিন বি-৬ আদিৰে ভৰপূৰ।
জানো আহক বেচনৰ কি কি ঔষধী গুণ আছে-
1. বেচনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
2. বেচনে ছাল পৰিষ্কাৰ কৰে উজ্জ্বলতা বঢ়াই।
3. বেচনত থকা ফছফৰাছ শৰীৰত কেলচিয়ামৰ সৈতে মিহলি হৈ হাড় গঠনত সহায় কৰে।
4. বেচনত স্বাস্থ্যকৰ অসংপৃক্ত চৰ্বি থাকে যি শৰীৰৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।
5. বেচনত ভিটামিন বি৬, জিংক আৰু ভিটামিন এ থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে।
6.বেচনে মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
7. বেচনে তেজৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে।
8. বেচনে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে।
গতিকে বেচন খাই শৰীৰটো ভালে ৰাখো আহক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।