অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ।

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত নাগালেণ্ডৰ ডিমাপুৰস্থিত ডি.বি.এছ ইণ্ড’ৰ ষ্টেডিয়ামত যোৱা ইংৰাজী ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ পূব আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ:২০২৫ সফলতাৰে … Read More

ফাঁকুৱা প্ৰথম কোনে, ক’ত উদযাপন কৰিছিল।

“ৰংগে ফাগু খেলে চৈতন্য বনমালী৷ দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি৷৷” অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰে সমৃদ্ধ । ৰঙৰ উৎসৱ ‘ফাঁকুৱা’ৰো আছে ঐতিহ্য আৰু পৰম্পৰা। ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু … Read More

অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ।

অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ। ২০২৫ বৰ্ষৰ ৯ মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান “অসম বৈভৱ বঁটা”, দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান … Read More

বিশ্বৰ চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয় খন আছে ক’ত ?

কৃষি- অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। বিজ্ঞানসন্মত কৃষি শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন … Read More

“নাৰী দিৱস”

নাৰী দিৱসৰ উৎপত্তি আৰু শুভেচ্ছাৰে Rnewsindia24.com নাৰী অনন্যা, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, নাৰী মমতাময়ী, নাৰী সৃষ্টিৰ পাতনি… কিমান যে অনন্য বিশেষণেৰে বিভূষিত নাৰীৰ পৰিচয়৷ সৃষ্টিৰ আঁৰৰ প্ৰশান্তিৰ অনুভৱেৰে গঁঠা এটি … Read More

অসমৰ প্ৰথম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়খন।

  শিক্ষাখণ্ডৰ দৰে স্বাস্থ্য খণ্ডও ৰাজ্য এখনৰ প্রগতিৰ বাবে অপৰিহাৰ্য অংগ। দেশে স্বাধীনতা লাভ কৰা বৰ্ষটিৰ ৩ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় নগৰৰ “বৰবাৰী” অঞ্চলত স্থাপিত হয় অসম চিকিৎসা মহাবিদ্যালয়। অসমৰ পূব … Read More

ভাৰতৰ একমাত্ৰ “পুৰুষ নদী খনৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক কি ?

  ভাৰত তথা অসমৰ এক প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য প্ৰায় ২৯০০ কিলোমিটাৰ। এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী এইখন … Read More

কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ চমু জীৱনযাত্ৰা।

আজি কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্মতিথি। অসমীয়া জাতিটোক সুললিত কণ্ঠেৰে দশক দশকজুৰি সমৃদ্ধ কৰিছিল ৰামেশ্বৰ পাঠকে। অসমৰ লোকজীৱনৰ জীৱনশৈলী আৰু মাটিৰ সুৰক প্ৰতিগৰাকী অসমীয়াৰ বুকুলৈ বোৱাই লৈ … Read More

 “আন্তৰ্জাতিক ভাষা দিৱস”

চিৰ চেনেহী মোৰ ভাষা জননী। আইৰ মুখৰ ভাষা সুৱদী-সুৰীয়া। মাতৃভাষা হৈছে প্ৰত্যেক জাতিৰ ঐতিহ্য, স্বাভিমান আৰু জীৱনীশক্তি। বিশেষকৈ নিজ মাতৃভাষাৰে কথা ক’লে যিমান বুজাব অথবা বুজিব পাৰি, অন্য ভাষাৰে ইমান … Read More

“Kapé MAC”

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ০৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ০৯/০২/২০২৫ তাৰিখলৈকে চাৰিদিনীয়াকৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ষষ্ঠ সংখ্যক MAC-SL সফলতাৰে সামৰণি পৰে। চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত … Read More

পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান লাভ কৰা স্বনামধন্য ব্যক্তি সকল।

২০২৫ বৰ্ষৰ পহিলা মাহত গৌৰৱৰ বাৰ্তা। “পদ্মভূষণ” ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ২০২৫ বৰ্ষত পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে প্ৰখ্যাত সত্ৰীয়া শিল্পী যতীন গোস্বামীক । “পদ্মশ্ৰী” ভাৰত চৰকাৰে … Read More

“অসম সাহিত্য সভা”

অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি উৎকৰ্ষ সাধনৰ অৰ্থে বিগত এশ বছৰৰো অধিক কালজুৰি ঐতিহাসিক ভূমিকা পালন কৰি অহা এটি অন্যতম জাতীয় অনুষ্ঠান “অসম সাহিত্য সভা”। ২০২৫ বৰ্ষৰ পহিলা জানুৱাৰী মাহতে অসম সাহিত্য … Read More