কৃষ্ণ জন্মাষ্টমীক কি কি নামেৰে পালন কৰা হয়।

“আজি ৰাতি শিলা বৰষিলে এ নুশুনি প্ৰজাৰ মাত পালি পহৰীয়া সবে নিদ্ৰা গৈলা উপজিলে জগন্নাথ“। জন্মাষ্টমীঃ হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, … Read More

অভিনেতা, গল্পকাৰ, স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ জীৱন যাত্ৰা ।

লক্ষ্যধৰ চৌধুৰীঃ অসমৰ নাট তথা বোলছবি জগতৰ পিতামহ স্বৰূপ। তেখেতে ভাৰত ত্যাগ আন্দোলন ৰ সময়ত সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বহুবাৰ আত্মগোপন কৰিছিল।   তেখেত একাধাৰে অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা … Read More

বিশিষ্ট সংগীত শিল্পী বিহু সম্ৰাট খগেন মহন্তৰ জীৱন যাত্ৰা ।

অসমৰ বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, বিহু সম্ৰাট খগেন মহন্তৰ দেৱৰ আজি উপজা দিন। তেখেতে বহুতো কালজয়ী গীত ৰছনা কৰি অসমীয়া সাংস্কৃতিক জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ কৰ্মৰাজী … Read More

প্রিয় দৰ্শক R News India 24 লৈ স্বাগতম জনাইছোঁ ।

প্রিয় দৰ্শক R News India 24 লৈ স্বাগতম জনাইছোঁ ।   Visit Our Website www.rnewsindia24.com . Follow Our Facebook Page R News India 24 . Subscribe Our YouTube Channel R News … Read More

ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জীৱন যাত্ৰা ।

অটল বিহাৰী বাজপেয়ীঃ জীৱনৰ অধিকাংশ সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাই থৈ গৈছে। তেখেত ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ভাৰত বৰ্ষৰ উন্নয়নৰ হকে নিস্বাৰ্থ ভাৱে ত্যাগ আৰু সেৱা আগবঢ়াই … Read More

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত পদ্মশ্ৰী ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন যাত্ৰা।

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াঃ অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক,পদ্মশ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি প্ৰাপ্ত, অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, অসম উপত্যকা সাহিত্য … Read More

হস্তী দিৱসৰ উদ্দেশ্য কি? কত কেতিয়া আৰম্ভ হৈছিল? বৰ্তমান হাতী কিমান সুৰক্ষিত ?

বিশ্ব হস্তী দিৱস। প্ৰতি বছৰে ১২ আগষ্টত তাৰিখে সজাগতা বৃদ্ধি, আৰু হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। ২০১২ চনৰ ১২ আগষ্টৰ দিনটোত প্ৰথম বিশ্ব … Read More

চিত্ৰশিল্পী, প্ৰকৃতি কোঁৱৰ ৰবীন বেনাৰ্জীৰ জীৱন যাত্ৰা।

ৰবীন বেনাৰ্জীঃ অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা, পদ্মশ্ৰী উপাধি প্ৰাপ্ত, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি প্ৰাপ্ত, প্ৰকৃতি কোঁৱৰ উপাধি প্ৰাপ্ত, ৰবীন খুড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি … Read More

ভাতৃ-ভগ্নীৰ প্ৰেম আৰু বিশ্বাসৰ প্ৰতিক “ৰাখীবন্ধন” কেনেকৈ প্ৰচলিত হ’ল।

আজি পবিত্ৰ ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত এই উৎসৱ পালন কৰা হয়। সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু … Read More

সত্ৰৰত্ন উপাধি, শংকৰ মাধৱ বঁটা, সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা প্ৰাপ্ত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ জীৱন যাত্ৰাঃ

নাৰায়ণ চন্দ্ৰ গোস্বামীঃ অসমৰ এগৰাকী বিশিষ্ট লেখক, নতুন কমলাবাৰী আৰু মাজুলীৰ সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক, সত্ৰৰত্ন উপাধি প্ৰাপ্ত, সংস্কৃত টোলৰ অধ্যক্ষ, জীৱন জোৰা সাধনা বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, সাহিত্য … Read More

দস্যুৰাণী ফুলন দেৱীৰ দৰ্শীতাৰ পৰা লোকসভাৰ সাংসদলৈ এক দুৰ্বিসহ জীৱন যাত্ৰা।

ফুলন দেৱী হৈছে ভাৰতৰ এগৰাকী বিখ্যাত ডকাইত, নাৰীবাদী বিদ্ৰোহী লোকসভাৰ সাংসদ আছিল। তেওঁৰ জন্ম হৈছিল ১৯৬৩ চনৰ ১০ আগষ্টত উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ অন্তৰ্গত ‘ঘোৰা কা পুৰৱা‘ গাৱত। ফুলন আছিল … Read More

হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলাৰ সঙ্গীত পৰিচালক সৰস্বতী দেৱীৰ জীৱন যাত্ৰা।

সৰস্বতী দেৱীঃ ভাৰতৰ এগৰাকী হিন্দী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক, সুৰকাৰ, ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলাৰ সঙ্গীত পৰিচালক আছিল। তেখেত জন্ম হৈছিল ১৯১২ চনত খুৰচিদ মানেকশ্ব মিনোচেৰ হোমজীত। তেওঁ সঙ্গীতৰ প্ৰতি বহুত … Read More