অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ।

  ২০২৫ বৰ্ষৰ ১ মে’ পৰা ৪ মে’ তাৰিখলৈকে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত চাৰিদিনিয়াকৈ ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্‌চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত অনুষ্ঠিত হোৱা আস্মিতা “ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন … Read More

ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়।

ৰাজ্যবাসীৰ বাবে সু-খবৰ। ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়। ছট্টিছগড়ৰৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত যোৱা ৯ … Read More

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ।

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰে অসমবাসীৰ বাবে কি কি কৰিলে। যশস্বী ৰাজনীতিবিদ, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, অসমৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী আছিল চৈয়দা আনোৱাৰা টাইমূৰ। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ … Read More

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।

    বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। … Read More

“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।

ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা । যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা … Read More

আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।

অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ … Read More

অসমবাসীৰ বাবে আশাৰ বাৰ্তা।

    অসমৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত অহা এপ্ৰিল মাহৰ ৫ ৰ পৰা ৮ তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “আস্মিতা ৰাষ্ট্ৰীয় … Read More

অসমীয়া নাৰী সমাজৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু জীৱনযাত্ৰা

    যুগে যুগে সমাজত স্ব-নাম আৰু স্ব-জাতিৰ বাবে নাম উজ্বলোৱা বহু কৃতবিদ্য পুৰোধাৰ জন্ম হয়৷ তেনে এগৰাকী মহীয়সী নাৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। তেওঁ অসমৰ জাতীয় জীৱনৰ এগৰাকী বিদুষী নাৰীসত্তা, … Read More

বিশ্বৰ চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয় খন আছে ক’ত ?

কৃষি- অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। বিজ্ঞানসন্মত কৃষি শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন … Read More

কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ চমু জীৱনযাত্ৰা।

আজি কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্মতিথি। অসমীয়া জাতিটোক সুললিত কণ্ঠেৰে দশক দশকজুৰি সমৃদ্ধ কৰিছিল ৰামেশ্বৰ পাঠকে। অসমৰ লোকজীৱনৰ জীৱনশৈলী আৰু মাটিৰ সুৰক প্ৰতিগৰাকী অসমীয়াৰ বুকুলৈ বোৱাই লৈ … Read More

“Kapé MAC”

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ০৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ০৯/০২/২০২৫ তাৰিখলৈকে চাৰিদিনীয়াকৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ষষ্ঠ সংখ্যক MAC-SL সফলতাৰে সামৰণি পৰে। চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত … Read More

“Kapé MAC”

  ■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখস্থিত চুমনি গাঁৱত নিৰ্মীয়মান মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জল ৭৬ সংখ্যক গণতন্ত্র দিৱস উদযাপন কৰে। পুৱা শ্বহীদ বেদীত … Read More