আস্মিতা খেল’ ইণ্ডিয়া ছাব-জুনিয়’ৰ আৰু জুনিয়’ৰ পেনচাক চিলাট লীগত অসমৰ বিশেষ সাফল্য।
আস্মিতা খেল’ ইণ্ডিয়া ছাব-জুনিয়’ৰ আৰু জুনিয়’ৰ পেনচাক চিলাট লীগ ২০২৬ ৩০ মাৰ্চ তাৰিখৰ পৰা ১ এপ্ৰিল তাৰিখলৈকে গুজৰাটস্থিত যোগ পুৰুষ স্পৰ্টছ কম্প্লেক্স ইণ্ড’ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত গুজৰাট … Read More

