কুঁচিয়া মাছ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
কুঁচিয়া মাছ খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
কুচিয়া ডেকা, বুঢ়া, গৰ্ভৱতী তিৰোতাৰ বাবে উত্তম ।
কুচিয়াৰ তেজ মানুহৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।
কুঁচিয়া মাছত প্ৰ’টিন, চৰ্বি, কাৰ্বোহাইড্ৰেট, আইৰন, ক’পাৰ, কেলচিয়াম আদি পুষ্টিতত্বৰে ভৰপূৰ।
কুঁচিয়া মাছৰ বৈজ্ঞানিক নাম মনপ্টেৰাছ ।
জানো আহক কুঁচিয়া মাছৰ ঔষধি গুণ সমূহঃ
ক) কুচিয়া খালে ছাল উজ্জ্বল হয় আৰু চুলি, নখৰ বাবে উপকাৰী।
খ) কুচিয়া খালে হজমশক্তি বৃদ্ধি হয়।
গ) ল’প্ৰেছাৰ থকা ৰোগীৰ বাবে কুচিয়া অতি উত্তম।
ঘ) কুচিয়াই কোষ্ঠ কাঠিন্য দূৰ কৰে আৰু শৰীৰৰ হাঁড় মজবুত হয়।
ঙ) বাত বিষ, এলজাইমাৰ ৰোগ, ৰক্তহীনতা, কোষ্ঠ কাঠিন্য আদি ৰোগৰ বাবে কুচিয়া অতি উত্তম ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কুচিয়া মাছ খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
Mising Autonomous Council .
Mising Autonomous Council .
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24