সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক কৰ্মশালা।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

ধেমাজি খণ্ড শক্তিৰ অৰ্ন্তগত জিয়াঢল শাখা শক্তিত পঞ্চায়ত ভিক্তিত এখনি দলীয় সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰে।

কৰ্মশাখন সঞ্চালনা কৰে পঞ্চায়ত সভানেত্ৰী ডিম্বেশ্বৰী দলেয়ে।

সন্মিলিত গণশক্তি অসম

      কৰ্মশালাত উপস্থিত থাকে সন্মিলিত গণশক্তি দলৰ কেন্দ্ৰীয় শক্তিৰ সাঃসম্পাদক ৰাজু খনিকৰ, ধেমাজি খণ্ড শক্তিৰ সম্পাদক জীৱন চন্দ্ৰ পায়েং, ড° ৰাজেশ চিন্তে, কেন্দ্ৰীয় শক্তিৰ সদস্য ৰাজীৱ দলে, বিৰেন চাংমাই, টুনিৰাম পাগিং, জিলা শক্তিৰ ৰজনী পেগুকে ধৰি গনশক্তিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

Sanmilita Ganashakti Asom

উক্ত কৰ্মশালাত আলোচনা কৰা বিষয় সমূহ হৈছে-

১/ সন্মিলিত গণশক্তি দলৰ জন্মৰ ইতিবৃত্ত আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য তথা আঞ্চলিক ৰাজনৈতিক দল হিচাপে পৰবৰ্তী কায্যপন্থা ৷

২/ দলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দল আৰু জাতীয় সংগঠনৰ যৌথ ভুমিকা (দলীয় ভাৱে আলোচনা) ও প্ৰতিবেদন প্ৰস্তুত ৷

৩/ শ্ৰুমিক পঞ্জীনয় আৰু ইয়াৰ পৰা চৰকাৰী ভাবে লাভ কৰা সুবিধা সমূহ ৷

৪/ প্ৰাকৃতিক পৰিবেশৰ লগত সংগতি ৰাখি পঞ্চায়ত এলেকাত স্থানীয় বাবে কৰিব পৰা কৃষি কায্য (দলীয় ভাৱে আলোচনা ) ও প্ৰতিবেদন প্ৰস্তুত ৷

৫/ PM KISSAN

৬/ চৰকাৰে ৰূপায়ন কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সৰ্ম্পকে আলোচনা ৷

 উল্লেখিত বিষয় সমূহৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰা হয় বুলি R News India 24 ক জানিবলৈ দিয়ে ধেমাজি খণ্ড শক্তিৰ সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ পাঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *