কৰ্কট ৰোগত জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যু ।

ৰাজ্যবাসীৰ বাবে দুঃখবৰ। অসমৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাসে কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। উদীয়মান অভিনেতা কিশোৰ আৰু নাই। ৰক্তৰ কৰ্কট ৰোগত … Read More

সাহিত্যিক, কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী শ্ৰী মতী গীতালী বৰুৱা

অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী। গীতালী বৰুৱা জন্ম হৈছিল ১৯৬১ চনৰ ১ জুলাই তাৰিখে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। গীতালী … Read More

ভাৰত গৌৰৱ তথা কাৰ্গিল যুদ্ধত শ্বহীদ অসম সন্তান জিণ্টু গগৈ।

ভাৰত গৌৰৱ শ্বহীদ জিণ্টু গগৈ। ১৯৭০ চনৰ ২১ নবেম্বৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জন্ম হৈছিল। তেখেতৰ পিতৃ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। তেখেতৰ পিতৃ ঠগিৰাম বায়ুসেনা বিভাগৰ … Read More

বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।

অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা … Read More

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী।

লখিমপুৰ, ধেমাজী আৰু মাজুলী বাসীলৈ ভয়ংকৰ সংকেট ভয়াৱহ পৰিস্থিতিৰ আশংকা। চাওঁক এই ভিডিঅ (NHPC) নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী ৰাজ্যত অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি। ইয়াৰ … Read More

ডিআইডি ৰ মঞ্চত ইতিহাস ৰছিলে অসমৰ তিনি কণমানি নৃত্য শিল্পী নৱজিৎ, আপ্পুন আৰু আধ্যাশ্ৰীয়ে।

অসমৰ ইতিহাসত এয়াই প্ৰথম তিনিজন একেলগে বিজয়ী হোৱা এনে অনুষ্ঠানত। ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন ৫ৰ বিজয়ী খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীলৈ। নৱজীতে সৰুৰে পৰা নৃত্য কৰিবলৈ ভাল পাইছিল আৰু দুবছৰ বয়সত … Read More

মৃত্যুৰ বাটেৰে গুচি গ’ল ৪ জন অভিন্ন বন্ধুঃ ৰোহিত দাস, ঋষভ দাস, অংকুৰজ্যোতি বৰা, ৰাহুল সেনাপতি।

জীৱনটো হৈছে এখন যুদ্ধক্ষেত্ৰ আৰু মৃত্যু হৈছে ইয়াৰ পৰিসমাপ্তি। জীয়াই থাকিবলৈ প্ৰত্যেকেই জীৱন যুঁজত যুঁজিবলগীয়া হয়। তাত হয়তো কোনোবাজন জয়ী হয় আৰু কোনোবাজন হয় পৰাজয়। মৃত্যুৰ বাটেৰে গুচি গ’ল ৪ … Read More

চলচ্চিত্ৰ প্ৰযোজক পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱা।

28,June Assam: ব্ৰজেন বৰুৱা : অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা। তেখেত একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতে মঞ্চ আৰু … Read More

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত স্থান প্ৰাপ্ত সকলৰ সবিশেষঃ

27,June Assam 2022: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহঃ বিজ্ঞান শাখাঃ প্ৰথম স্থান: ধৃতিৰাজ বাস্তৱ কলিতা (491)দেওমৰনৈ এইছ এচ স্কুল, দৰং দ্বিতীয় স্থান: অলংকৃতা গৌতম বৰুৱা(488) ছণ্ট ব্ৰুক একাডেমী, … Read More

অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী, আইদেউ সন্দিকৈ ।

আইদেউ সন্দিকৈ- নামেই যাৰ পৰিচয়। অসমৰ প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী। আইদেউ সন্দিকৈ জন্ম হৈছিল ১৯২০ চনৰ ২৭ জুনত গোলাঘাটৰ পানী-দিহিঙীয়া গাঁৱত। পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মা-লক্ষ্মী। অসমীয়া … Read More

সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা :

26 June,Assam: সত্যপ্ৰসাদ বৰুৱা: আধুনিক অসমীয়া নাট্য-সাহিত্যৰ ইতিহাসত নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা এক উল্লেখযোগ্য নাম৷ নাটক আৰু অভিনয়কে জীৱনৰ মূলবস্তু কৰি লোৱা সত্যপ্ৰসাদ বৰুৱাই ঐতিহাসিক, সামাজিক, পৌৰাণিক আদি … Read More

সৌৰভ কুমাৰ চলিহা:

25 June, Assam: অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম সৌৰভ কুমাৰ চলিহা। চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। … Read More