Welcome to R News India 24 .
Welcome to R News India 24 Visit Our Website www.rnewsindia24.com .

Welcome to R News India 24 Visit Our Website www.rnewsindia24.com .
ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনাৰ সম্বন্ধে বিশেষ কর্মশালা। লক্ষীমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (ডায়েট) ৰ উদ্যোগত যোৱা ৫ আৰু ৬ জুলাই তাৰিখে ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ … Read More
কনকসেন ডেকাঃ অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি আছিল। কামৰূপ জিলাৰ … Read More
ৰাধা গোবিন্দ বৰুৱাঃ ভাৰত বৰ্ষৰ অন্যতম সংবাদ গোষ্ঠী “দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, অসমীয়াৰ বুকুৰ আপোন বাতৰি কাকত “দৈনিক অসম“, সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, এগৰাকী দূৰদৰ্শী সমাজ সংগঠক … Read More
বৰ্ষাশ্ৰীৰ কলমেৰে ওলাই আহিছিল আন বহু কবিৰ দৰে এটি বিদ্ৰোহী কবিতা। সেই কবিতাটোৱেই কাল হ’ল। এটি বিদ্ৰোহী কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী এগৰাকী ১৯ বছৰীয়া যুৱতী। মানুহ জন্মসূত্ৰেই বিদ্ৰোহী মনৰ … Read More
অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃ … Read More
*EID MUBARAK* আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল তথা ৰাজ্যবাসী’ লৈ ত্যাগৰ প্ৰতিক পৱিত্ৰ ঈদ-উল-আজহা’ৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই বেলিৰ ঈদটিয়ে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যবৃন্দ তথা দেশবাসীৰ জীৱনলৈ … Read More
অচ্যুত লহকৰঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক। তেওঁক “মঞ্চ প্ৰভাকৰ” বুলিও জনা যায়। চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল … Read More
চন্দ্ৰপ্ৰসাদ শইকীয়াঃ অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া। ১৯৩৮ … Read More
অসমৰ এজন গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা। ১৯২৪ চনৰ ৬ জুলাই তাৰিখে দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গজেন নাথ বৰা আৰু মাকৰ নাম … Read More
বোকাখাতত বৃহৎ ভূমি কেলেংকাৰী। অৰ্ধশতাধিক পৰিয়ালক বঞ্চিত কৰাৰ অপৰাধত লিপ্ত লাটমণ্ডল খগেন শইকীয়া। ২০১৫ চনত বোকাখাত ৰাজহ চক্ৰৰ বংকোৱালৰ লাট মণ্ডল খগেন শইকীয়াৰ নেতৃত্বত অবৈধভাৱে কেৱল এজন ব্যক্তিৰ নামত কৰা … Read More
ভাৰত বৰ্ষৰ এগৰাকী খ্যাতিসম্পন্ন কবি, সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি … Read More