আপোনাৰ সন্তানৰ যদি স্মৃতিশক্তি বঢ়াব বিচাৰে অতিশীঘ্ৰ এইবিধ সেউজীয়া শাক খোৱাওক।

ব্ৰাহ্মী শাকঃ সকলো শাকৰ ভিতৰত ব্ৰাহ্মী শাকৰ গুন সম্পূৰ্ন বেলেগ। ব্ৰাহ্মী শাক আমাৰ সকলোৰে পৰিচিত। গ্ৰাম্য অঞ্চলৰ প্ৰায় মানুহৰ ঘৰতে ব্ৰাহ্মী শাক পোৱা যায় নহয় নে? বৰ্তমান সময়ত প্ৰায়ভাগ সচেতন … Read More

জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঃ অসমৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক, জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া লেখক, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত, জব্বলপুৰ বিশ্ববিদ্যালয়ৰ … Read More

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈ।

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, যুগদ্ৰষ্টা তথা আধুনিক অসম নিৰ্মাণৰ যুগনায়ক “ভাৰত ৰত্ন” লোকপ্ৰিয় গোপীনাথ বৰদলৈ। প্ৰকৃতাৰ্থত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীৰ মনত চিৰসেউজ তথা অনুপ্ৰেৰণাৰ নাম। এই … Read More

MAC ৰ ২১ সংখ্যক বৈঠকত কি কি বিষয়ে বিশেষ গুৰুত্ব লাভ কৰিলে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদ বৈঠক। “হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰচাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত “হৰ ঘৰ তিৰংগা” অভিযানৰ … Read More

বনগীতৰ স্ৰষ্টা, ‘বন কোঁৱৰ’ আনন্দিৰাম দাসৰ বিষয়ে আপুনি জানে নে ?

আনন্দিৰাম দাসঃ অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, বনগীতৰ স্ৰষ্টা, বন গীতৰ ওজা উপাধি প্ৰাপ্ত আছিল। তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ খাৰঘূলিত। পিতৃৰ নাম খেলাইৰাম। সৰুতেই পিতৃ মৃত্যু … Read More

স্বৰ্ণ পদক জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই।

কমনৱেল্থ গেমছত স্বৰ্ণ পদক জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই। স্বৰ্ণ পদক জয়ৰ এই খবৰে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে। জানিব পৰা মতে নয়নমণি শইকীয়া গোলাঘাট সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু … Read More

বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক ড° অনিমা গুহঃ

Assam July 29 : ড° অনিমা গুহঃ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক, সাহিত্যিক পেঞ্চনাৰ, কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ … Read More

১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।

কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি। বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়। কলপাতত ভগবানলৈ … Read More

সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক ড° লীলা গগৈ দেৱৰ জীৱন যাত্ৰাঃ

ড° লীলা গগৈঃ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন … Read More

চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More

কচুৰ এই গুন জানি চক খাব আপুনি। মহিলাসকলে কিয় কচু খাব লাগে ? কি ঔষধি গুন আছে কচুৰ ?

মহিলাসকলে কিয় কচু খাব লাগে? অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি … Read More

ভাষাতত্ত্ববিদ, পদ্মশ্ৰী, পদ্মভূষন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জীৱন যাত্ৰা।

কৃষ্ণকান্ত সন্দিকৈঃ  ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন … Read More