নগাঁও আৰু কাছাৰ কাগজ ক’ল, নিলাম সংক্ৰান্তত !

Assam, June 13 :   নগাঁও আৰু কাছাৰ কাগজ ক’ল দুটা অসমৰ জাতীয় সম্পদ। ১৯৭০ চনত স্থাপন কৰা নগাঁও কাগজ ক’ল আৰু ১৯৮৮ চনত স্থাপিত কাছাৰ কাগজ ক’লটো কেৱল বাঁহ-গছেৰে … Read More

ই-ৰিস্কা চালকৰ হাহাকাৰ কাৰ্ফিউৰ ফলত অৰ্ধ পানীত হাঁহ নচৰা অৱস্থা হৈছে জাগীৰোডৰ ই-ৰিক্সা চালকৰ

Assam,June 12: ই-ৰিস্কা চালকৰ হাহাকাৰ কাৰ্ফিউৰ ফলত অৰ্ধ পানীত হাঁহ নচৰা অৱস্থা হৈছে জাগীৰোডৰ ই-ৰিক্সা চালকৰ। চৰকাৰ-প্ৰশাসনক সহায়ৰ আবেদন চালকসকলৰ। কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা কাৰ্ফিউৰ ফলত … Read More

কৰোনাৰ পৰা পৰিত্ৰাণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে দোৱাৰ প্ৰাৰ্থনা

Assam, May : 22 সম্প্ৰতি সমগ্ৰ দেশজুৰি কৰোনা ভাইৰাছৰ আতংক। ভাৰতবৰ্ষৰ ইখনৰ পিছত সিখনকৈ ৰাজ্য কৰোনা ভাইৰাছৰ কবলত। বাদ পৰি ৰোৱা নাই আমাৰ সুজলা সুফলা শস্য শ্যামলা অসমখনো। কৰোনাৰ সৈতে … Read More

কৰোনাৰ বিভিষীকা ৰুধিবলৈ ৰাজ্য চৰকাৰৰ নতুন SOP

Assam May 13: কৰোনাৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা। সমগ্ৰ দেশৰ লগতে অসমতো অদৃশ্য কৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। দৈনিক কৰোনা ভাইৰাছৰ … Read More

কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

Assam, May 8:   হয় কোন হ’ব অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোনোৱাল? এইলৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলি আছে। আচলতে কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী? যোৱা ২ তাৰিখে … Read More

অসমত কোৰোনা পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে !

Assam, April 28: ভাৰতবৰ্ষৰ লগতে অসমতো কভিড-১৯’এ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনেই কৰোনা ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে, অকালতে মৃত্যুবৰণ কৰিছে অনেকে। কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা … Read More

দেৱদূত ৰূপত অৱতীৰ্ণ মুম্বাইৰ এগৰাকী ব্যক্তি

Assam, April 24 :    যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত কেৱল অক্সিজেনৰ অভাৱতে বহু লোকৰ মৃত্যু হৈছে, ঠিক সেই সময়তে মুম্বাইৰ এগৰাকী মহান ব্যক্তিয়ে বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰি মানৱতাৰ অনন্য … Read More

মৃত্যুৰ কিৰিলি

Assam April 21 : ফুটপাথতে জ্বলিছে কৰোনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ শৱদেহ  কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যুবৰণ কৰা লোকৰ শৱদেহ সৎকাৰ কৰিবলৈ এতিয়া ঠাই নোহোৱা হৈছে। সম্প্ৰতি কোভিড-১৯”ত … Read More

এই এটি দুঃসংবাদ, লুৰীণজ্যোতি গগৈৰ মাতৃৰ দেহাৱসানঃ

Assam, April 1:  হয় আমি জনাব বিচাৰিছোঁ এই আজিৰ দিনটোৰ এটা দুঃসংবাদ, প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ আৰু নাই। বুধবাৰে নিশা ডিব্ৰুগড়ৰ … Read More