আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত স্থান প্ৰাপ্ত সকলৰ সবিশেষঃ

27,June Assam 2022: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহঃ বিজ্ঞান শাখাঃ প্ৰথম স্থান: ধৃতিৰাজ বাস্তৱ কলিতা (491)দেওমৰনৈ এইছ এচ স্কুল, দৰং দ্বিতীয় স্থান: অলংকৃতা গৌতম বৰুৱা(488) ছণ্ট ব্ৰুক একাডেমী, … Read More

বৰ্ষটোৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ সংবাদেল

২০২২ বৰ্ষৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে। ইংৰাজী নতুন বছৰটোত কি কি কাৰ্য্যপন্থাৰে আগবাঢ়িব ৰাজ্য চৰকাৰ, তাৰ বিশদ ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্রী গৰাকীয়ে। … Read More

জয় কৃষকৰ জয়, জয় অন্নদাতাৰ জয়!

Assam,November 22: জয় কৃষকৰ জয়, জয় অন্নদাতাৰ জয়! আকৌ এবাৰ উমান পোৱা গ’ল কৃষকৰ অপ্ৰতিৰোধ্য শক্তিৰ। কৃষকসকলৰ আপোচহীন সংগ্ৰাম সফল পৰিসমাপ্তি। দেশৰ অন্নদাতা কৃষকসকলৰ কঠোৰ আন্দোলনত নতমস্তক কেন্দ্ৰীয় চৰকাৰ। অৱশেষত … Read More

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।

Assam, October 3: বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ, শ্বহীদক অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে কংগ্ৰেছী বিধায়কগৰাকী। মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিছপুৰ থানাত ৰাখিছে বিতৰ্কিত বিধায়কজনক। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক … Read More

গান্ধী জয়ন্তী অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ উপজা দিন

Assam, October 2: আজি অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ উপজা দিন। তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰি ২ অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰি অহা হৈছে। অসাধাৰণ ব্যক্তিত্বৰ … Read More

নন্দিতা শইকীয়াই ন্যায় পাবনে ?

Assam, September 2: নিষ্ঠুৰতাৰো এটা সীমা থাকে ! নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি পেলাইছে ধেমাজি কাণ্ডই। গোটেই অসম কপাই যোৱা, ধেমাজিৰ কাণ্ডটোৱে সম্প্ৰতি আমাৰ সমাজৰ নিষ্ঠুৰতাৰ ছবিখন আকৌ এবাৰ দেশবাসীৰ … Read More

‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক আজিৰ পৰা ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ বুলি কোৱা হ’ব।

Assam,  August 6 : ভাৰতত ক্ৰীড়াক্ষেত্ৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক আজিৰ পৰা ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ নহয় ‘মেজৰ ধ্যান চান্দ … Read More

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু

Assam, August 1 : লাইলাপুৰ কাণ্ডকলৈ অসমে মিজোৰামৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে মিজোৰামেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। অসম-মিজোৰাম সীমান্তত অসমে হিংসাত্মক কাৰ্য সংঘটিত … Read More

ৰাজ্যত চলিছে অ ঘোষিত ধৰ্ষণৰ প্ৰতিযোগিতা

Assam, July 26 ৰাজ্যত যেন ধৰ্ষণৰ প্ৰতিযোগিতা চলিছে! এটাৰ পিছত এটা ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণ কাণ্ড। নামঘৰীয়াৰ পাছত এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি … Read More

এই মূহুৰ্তৰ বিগ ব্ৰেকিং ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা

Assam, July 19 : ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই ঘোষনা কৰা SOP অহা মঙ্গলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব। সোমবাৰে ৰাজ্য … Read More

মানুহ কেনেকৈ অমানুহ হ’ব পাৰে ?

Assam, June 28: মানুহ কেনেকৈ অমানুহ হ’ব পাৰে ? হয়, জীৱশ্ৰেষ্ঠ মানুহ কেনেকৈ ইমান নিৰ্দয়, নিষ্ঠুৰ আৰু হৃদয়হীন পাষণ্ড হ’ব পাৰে? হৃদয় থকা এগৰাকী বিবেকসম্পন্ন ব্যক্তি কেনেকৈ ইমান তললৈ নামিব … Read More

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোণাৰ সংক্ৰমণ।

Assam, June 13 : ৰাজ্যত কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰে এতিয়া নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে। … Read More