শৈলেন কলিতাক কিয় ভোট দিব লাগে ?

Assam, March 31: ৫২ নং দিশপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্রাৰ্থী শৈলেন কলিতাৰ সৈতে Rnewsindia 24 ৰ এক সাচতিয়া সাক্ষাৎকাৰ ।   By :  R News India 24 

নাৰী অৰ্ধ আকাশ !

Assam March 10:  নাৰী কেৱল দুটা বৰ্ণৰে গঠিত এটি মাথো সাধাৰণ শব্দই নহয়, ই সৃষ্টিৰ প্ৰবাহমান ঢল৷ নাৰী কেৱল মাত্ৰ সৃষ্টিৰ প্ৰতীক হিচাপেই পৰিচিত নহয়, নাৰীয়ে স্ব-প্ৰতিভাৰে সমাজৰ প্ৰতিটো প্ৰজন্মৰ … Read More

বিজেপি পৰা কোন হ’ব ৰাজ্যৰ পৰবৰ্তী মুখ্যমন্ত্ৰী?

Assam March 9:  ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰচাৰ অভিযান জোৰদাৰ কৰি কৰি তুলিছে ৰাজনৈতিক দলসমূহে। চৰকাৰ গঠনৰ লক্ষ্যৰে সংখ্যাগৰিষ্ঠ আসন আজুৰি আনিবলৈ দিন ঘোষণা কৰাৰ প্ৰতিটো ৰাজনৈতিক … Read More

প্ৰাৰ্থীত্বৰ পাছতেই মন্ত্ৰী পীযূষ হাজৰিকক লৈ জাগীৰোডত বিশাল সমদল

Assam, March 9:  ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্নিকট। আৰু কিছুদিনৰ পাছতেই অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচন। এইলৈ এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতৰ। দিনকদিনে আকৰ্ষণীয় ৰূপ লোৱা এইবেলিৰ নিৰ্বাচন হ’ব শাসক-বিৰোধীৰ … Read More

অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈছে বিজেপি

অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈছে বিজেপি । গুৰুত্বপূৰ্ণ মন্তব্য টাই আহোম যুৱ পৰিষদ সভাপতি দিলীপ গগৈ ৰ ।    By: R News India 24 

ঘোষণা হ’ল নিৰ্বাচনৰ দিন, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন

ঘোষণা হ’ল নিৰ্বাচনৰ দিন, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন Assam February 27: অৱশেষত ঘোষণা হ’ল অসম বিধানসভা নিৰ্বাচনৰ দিন। বহু জল্পনা-কল্পনাৰ ওৰ পেলাই নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ … Read More

মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব নিৰ্বাচনৰ দিন

Assam February 25: মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব পাৰে নিৰ্বাচনৰ দিন ধেমাজিত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বানপানীৰ সময়ত অসম ভ্ৰমণ কৰিবলৈ আহৰি নোপোৱা … Read More

বিধায়ক ভুৱন পেগুৰ মুকলি চিঠি

Assam February 23: শ্ৰদ্ধেয় ৰাইজ, জোনাই সমষ্টিত মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশাল সমাবেশৰ সফলতাৰ বাবে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ ব্যস্ততাৰ মাজত যোৱা কেইদিনমান … Read More

ধিক্কাৰ জনাবলৈ ভাষা নাই

Assam February 19: মানুহ কিমান তললৈ নামিলে এনেকুৱা নীচ কাম কৰিব পাৰে। কাৰোবাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনেকুৱা জঘন্য, নিৰ্লজ্জ কাণ্ড কৰি ক্লীৱতা প্ৰদৰ্শন কৰাটো সম্পুৰ্ণৰূপে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিপন্থী। জীৱশ্ৰেষ্ঠ … Read More

পাহৰিব নোৱাৰা দিনটো!

Assam, February 15: হয় বুকু ভেদি যোৱা ১৪ তাৰিখৰ এই কলা দিনটোৰ কথা কোনো কালেই পাৰিব নোৱাৰিম। জীয়াই থকা দিনলৈ অনবৰত যন্ত্ৰণা দি থাকিব ১৪ তাখিৰ এই নিৰ্দয় দিনটোয়ে, উমি … Read More

আজমলৰ ভূতে খেদিছে হিমন্ত বিশ্ব শৰ্মাক

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আকৌ বদৰুদ্দিন আজমলৰ প্ৰসংগ। এআইইউডিএফ প্ৰধান মৌলানা আজমলৰ প্ৰসঙ্গ টানি আনি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে অনুষ্ঠিত এক সংবাদ সম্বোধি স্বভাৱসুলভ … Read More

সন্মুখত নিৰ্বাচন

Assam February 13: নিৰ্বাচনৰ ৰণডংকা বজাবলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগমনক এতিয়া কংগ্ৰেছীসকলৰ মাজত উছাহৰ ঢল। অসম বিধানসভা নিৰ্বাচন সমাগত। এইলৈ এতিয়া ৰাজ্যজুৰি বিৰাজ কৰিছে সীমাহীন উৎসাহ। নিৰ্বাচনক … Read More