বিশ্ব ইম’জি দিৱস, আপুনি আপোন জনৰ সৈতে মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ দিনে ৰাতিয়ে ব্যৱহাৰ কৰা “ইম’জি”ৰ বিষয়ে জানে নে ?

“World Emoji Day“ “ইম’জিক লগত ৰাখক আৰু আপোনাৰ আপোন মানুহৰ সৈতে হৃদয়ৰ ভাষা, আৱেগৰ ভাষাৰে সদায় প্ৰাণভৰি, মন খুলি বাৰ্তা লাপ কৰি জীৱনটো উপভোগ কৰক” আজি ১৭ জুলাই অৰ্থাৎ আজিৰ … Read More

অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা “এডাম স্মিথ” ।

এডাম স্মিথঃ এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু নৱজাগৰনৰ এগৰাকী মুখ্য ব্যক্তি আছিল। তেখেতৰ জন্ম হৈছিল ১৭২৩ চনৰ ১৬ জুনত ক্ৰিকক্লেডি, … Read More

মাংকীপক্স কি ? এই ৰোগ কেনেকৈ বিয়পে ? মাংকীপক্সৰ পৰা কেনেকৈ বাছিব পাৰি ?

ক’ভিড আতংক মাৰ নাযাওঁতেই আহিল আকৌ মাংকীপক্সৰ আতংক। ভাৰতত প্ৰথমটো মাংকীপক্সত আতংক। কেৰেলাত ধৰা পৰিছে ভাৰতৰ প্ৰথম গৰাকী মাংকীপক্সৰ ৰোগী। দ্ৰুত গতিত বৃদ্ধি পাইছে মাংকীপক্স নামৰ এবিধ ৰোগ। কিছুমান লক্ষন যেনে- … Read More

অসমীয়াৰ এখুদ ককাইদেউ, নৱকান্ত বৰুৱাঃ

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃ … Read More

‘ঈদ-উজ-জোহা’

*EID MUBARAK* আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল তথা ৰাজ্যবাসী’ লৈ ত্যাগৰ প্ৰতিক পৱিত্ৰ ঈদ-উল-আজহা’ৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই বেলিৰ ঈদটিয়ে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যবৃন্দ তথা দেশবাসীৰ জীৱনলৈ … Read More

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক অচ্যুত লহকৰ।

অচ্যুত লহকৰঃ  অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক। তেওঁক “মঞ্চ প্ৰভাকৰ” বুলিও জনা যায়। চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল … Read More

বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ।

চন্দ্ৰপ্ৰসাদ শইকীয়াঃ অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া। ১৯৩৮ … Read More

সাহিত্যিক, কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী শ্ৰী মতী গীতালী বৰুৱা

অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী। গীতালী বৰুৱা জন্ম হৈছিল ১৯৬১ চনৰ ১ জুলাই তাৰিখে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। গীতালী … Read More

বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।

অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা … Read More

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী।

লখিমপুৰ, ধেমাজী আৰু মাজুলী বাসীলৈ ভয়ংকৰ সংকেট ভয়াৱহ পৰিস্থিতিৰ আশংকা। চাওঁক এই ভিডিঅ (NHPC) নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী ৰাজ্যত অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি। ইয়াৰ … Read More

ডিআইডি ৰ মঞ্চত ইতিহাস ৰছিলে অসমৰ তিনি কণমানি নৃত্য শিল্পী নৱজিৎ, আপ্পুন আৰু আধ্যাশ্ৰীয়ে।

অসমৰ ইতিহাসত এয়াই প্ৰথম তিনিজন একেলগে বিজয়ী হোৱা এনে অনুষ্ঠানত। ডিআইডি লিটিল মাষ্টাৰ্ছৰ চিজন ৫ৰ বিজয়ী খিতাপ গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীলৈ। নৱজীতে সৰুৰে পৰা নৃত্য কৰিবলৈ ভাল পাইছিল আৰু দুবছৰ বয়সত … Read More

চলচ্চিত্ৰ প্ৰযোজক পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱা।

28,June Assam: ব্ৰজেন বৰুৱা : অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা। তেখেত একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতে মঞ্চ আৰু … Read More