আপোনাৰ মুখত যদি বয়সৰ চাপ পৰিছে অতিশীঘ্ৰে এইবিধ পাচলি খাওঁক। - R News India 24
Skip to content
পটল আমাৰ দেহৰ বাবে অতি উপকাৰি।
পটল খালে শৰীৰৰ বহু বেমাৰ নিৰাময় হয়।
পটলৰ বৈজ্ঞানিক নাম হৈছে ‘Trichosanthes Diocia’
ইয়াত ভিটামিন এ, ভিটামিন বি1, বি2, ভিটামিন চি, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি ঔষধি গুণেৰে পৰিপূৰ্ণ পুষ্টিকৰ পাচলি।
জানো আহক পটলত কি কি ঔষধী গুন আছে –
১/ পটল খালে গেছৰ সমস্যা, কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব পাৰে।
২/ পটলে তেজ বিশুদ্ধ কৰে।
আৰু পটলৰ পাতৰ ৰস আঘাত নিৰাময়ৰ বাবেও অতি ভাল।
৩/ পটলে জ্বৰ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে।
৪/ পটলত সামান্য পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে যিয়ে ওজন হ্ৰাস কৰে, বয়সৰ চাপ মুখত পৰিবলৈ নিদিয়ে।
৫/ পটল লিভাৰৰ বাবে অতি উত্তম।
ই লিভাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু পাচন প্ৰণালী উন্নত কৰে।
৬/ ই জণ্ডিচৰ সমস্যা নিৰাময় কৰে আৰু পটলৰ পাত ঘিঁউত ফ্ৰাই কৰি খালে চকুৰ সমস্যা দূৰ হয়।
গতিকে পটল খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta R News India 24 