Mising Autonomous Council

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ শপত গ্ৰহণ।

Spread the love

■ ২২ জুলাই ২০২৫

Mising Autonomous Council

ধেমাজিৰ DRDA প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিচাপে পুনৰবাৰ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে পৰমানন্দ চায়েঙীয়া আৰু বাছনিভুক্ত হোৱা সমূহ সদস্য-সদস্যাই শপত গ্ৰহণ কৰে।

Mising Autonomous Council

শপত বাক্য পাঠ কৰাই ধেমাজি জিলাৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে।

এই গৌৰৱময় ক্ষণত Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা মুখ্য কাৰ্য্যবাহী সদস্য, অধ্যক্ষকে ধৰি সমূহ সদস্য-সদস্যা লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Mising Autonomous Council

আগন্তুক দিনত পৰিষদীয় জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত পূৰ্বতকৈ আৰু অধিক উৎসাহেৰে কাম কৰি যাব পৰাকৈ পৰম পিতা পৰমেশ্বৰে প্ৰতিগৰাকীকে শক্তি প্ৰদান কৰক তাৰে কামনা কৰিছোঁ।

Mising Autonomous Council

তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত স্থানীয় ৰাইজ তথা প্ৰতিগৰাকী যোগ্য ব্যক্তিৰ কল্যান সাধন হ’ব বুলি আমি আশাবাদী।

Mising Autonomous Council

অনুষ্ঠানত উপস্থিত থাকে জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গাম, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, পৰিষদৰ সমূহ বিষয়া কৰ্মচাৰী, গণশক্তি, MMK, TMMK, TMPK ৰ বিষয়ববীয়া।

Mising Autonomous Council

 

আমাৰ  Facebook Page আৰু  YouTube Channel Follow – Subscribe কৰিব নাপাহৰিব।

ধন্যবাদ।

 

https://www.facebook.com/share/1G1192Mw8f/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Leave a Reply

Your email address will not be published. Required fields are marked *