চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More

ভাষাতত্ত্ববিদ, পদ্মশ্ৰী, পদ্মভূষন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জীৱন যাত্ৰা।

কৃষ্ণকান্ত সন্দিকৈঃ  ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন … Read More

ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনা কর্মশালা।

ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনাৰ সম্বন্ধে বিশেষ কর্মশালা। লক্ষীমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (ডায়েট) ৰ উদ্যোগত যোৱা ৫ আৰু ৬ জুলাই তাৰিখে ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ … Read More

প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, পদ্মশ্ৰী কনকসেন ডেকা দেৱৰ জীৱন যাত্ৰা !

কনকসেন ডেকাঃ অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি আছিল।   কামৰূপ জিলাৰ … Read More

“দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, “দৈনিক অসম”, “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, সমাজ সংগঠক, ক্ৰীড়া উদ্যোক্তা আধুনিক অসমৰ আৰ্হি নিৰ্মাতা’ ” ‘সিংহপুৰুষ’ ৰাধা গোবিন্দ বৰুৱাঃ

ৰাধা গোবিন্দ বৰুৱাঃ ভাৰত বৰ্ষৰ অন্যতম সংবাদ গোষ্ঠী “দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, অসমীয়াৰ বুকুৰ আপোন বাতৰি কাকত “দৈনিক অসম“, সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, এগৰাকী দূৰদৰ্শী সমাজ সংগঠক … Read More

বৰ্ষাশ্ৰীৰ ভৱিষ্যত কি হ’ব ? পৰীক্ষা দিব পাৰিবনে বৰ্ষাশ্ৰীয়ে ?

বৰ্ষাশ্ৰীৰ কলমেৰে ওলাই আহিছিল আন বহু কবিৰ দৰে এটি বিদ্ৰোহী কবিতা। সেই কবিতাটোৱেই কাল হ’ল। এটি বিদ্ৰোহী কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী এগৰাকী ১৯ বছৰীয়া যুৱতী। মানুহ জন্মসূত্ৰেই বিদ্ৰোহী মনৰ … Read More

অসমীয়াৰ এখুদ ককাইদেউ, নৱকান্ত বৰুৱাঃ

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃ … Read More

গুৰু পূৰ্ণিমা অৰ্থাৎ মহাভাৰত ৰচয়িতা ব্যাসদেৱৰ জন্ম দিন।

“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰীগুৰুৱে নমঃ”। আজি গুৰু পূৰ্ণিমা অৰ্থাৎ মহাভাৰত ৰচয়িতা ব্যাসদেৱৰ জন্ম দিন। ব্যাসদেৱৰ পিতৃ আছিল পৰাশৰ মুনি আৰু মাতৃ … Read More

প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী মহিলা, সাহিত্যিক, ঔপন্যাসিক, পদ্মশ্ৰী আশাপূৰ্ণা দেৱী।

প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী মহিলা, সাহিত্যিক, ঔপন্যাসিক আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱীৰ ১৯০৯ চনৰ ৮ জানুৱাৰীত জন্ম হয়। তেখেতৰ পিতৃ নাম হৰেন্দ্ৰ নাথ দত্ত, মাতৃ নাম সৰলা সুন্দৰী। সেই সময়ত … Read More

‘ঈদ-উজ-জোহা’

*EID MUBARAK* আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল তথা ৰাজ্যবাসী’ লৈ ত্যাগৰ প্ৰতিক পৱিত্ৰ ঈদ-উল-আজহা’ৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই বেলিৰ ঈদটিয়ে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যবৃন্দ তথা দেশবাসীৰ জীৱনলৈ … Read More

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক অচ্যুত লহকৰ।

অচ্যুত লহকৰঃ  অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক। তেওঁক “মঞ্চ প্ৰভাকৰ” বুলিও জনা যায়। চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল … Read More

বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ।

চন্দ্ৰপ্ৰসাদ শইকীয়াঃ অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া। ১৯৩৮ … Read More