৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com September 24/2022 :- 1. গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দ্বিতীয়টো ৰেডিঅ’লজী যন্ত্র মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ মন্তব্য কৰে- ‘এই যন্ত্রটোৰ জৰিয়তে কৰ্কট ৰোগীসকল উপকৃত হ’ব’। … Read More

বিশিষ্ট শিল্পী, সাংবাদিক, নাট্যকাৰ আৰু সমাজকৰ্মী নন্দ কিশোৰ মহেশ্বৰী দেৱৰ জীৱনযাত্ৰাঃ

নন্দ কিশোৰ মহেশ্বৰী       পিতৃৰ নাম ৰামপ্ৰসাদ মহেশ্বৰী আৰু মাতৃ নাম গোমতি দেৱী৷ তেখেত একাধাৰে নাটক, বোলছবি, সাহিত্য ৰচনা, সাংবাদিকতা তথা সামাজিক কাম-কাজেৰে ৰাইজৰ হকে নিজকে উৎসর্গা কৰা ব্যক্তি … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.Com , September 23/2022:-   1. ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন। আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত … Read More

পচতীয়াত কি কি ঔষধী গুন আছে ? পচতীয়াই কি কি বেমাৰ নিৰাময় কৰে জানে নে ?

পচতীয়া আমাৰ দেহৰ বাবে অতি উপকাৰি। পচতীয়াই আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। পচতীয়াৰ ইংৰাজী নাম Indian Pivet আৰু বৈজ্ঞানিক নাম হৈছে Vitex Negude ইয়াৰ তিতা, কেঁহা, জলা ৰস থাকে। … Read More

অসমীয়া ভাষাৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়াল ফুকন দেৱৰ জীৱনযাত্ৰাঃ

অসমীয়া ভাষাৰ বাবে কি কি কৰিছিল অসম গৌৰৱ বিশিষ্ট সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনে ? আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক, যি গৰাকী ব্যক্তিৰ আপ্ৰাণ চেষ্টাৰ ফলতেই বঙালী ভাষাৰ পৰিবৰ্তে … Read More

৫ মিনিটত দিনটোৰ ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

September 21 / 2022 :- 1. বলিউদৰ জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ দিল্লীৰ এইমচত দেহাৱসান। 2. Intellectual forum for North East আৰু অসম পৰ্যটন নিগম ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ … Read More

অসমীয়া সংগীতৰ জগতৰ উজ্জল নক্ষত্ৰ স্বৰূপ জয়ন্ত হাজৰিকা দেৱৰ জীৱন যাত্ৰা ।

অসমীয়া সংগীতৰ জগতৰ এক উজ্জল নক্ষত্ৰ স্বৰূপ জয়ন্ত হাজৰিকা দেৱৰ উপজা দিন। তেখেতৰ এই বিশেষ দিনটোত Rnewsindia24 ৰ পৰিয়ালে গভীৰ শ্ৰদ্ধাৰে সুৱৰিছোঁ। তেখেত একাধাৰে গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। … Read More

ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া প্ৰথম অসমীয়া নাৰী কনকলতা বৰুৱা ।

কনকলতা বৰুৱা নামেই যাৰ পৰিচয় অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তথা স্বাধীনতা আন্দোলনৰ অন্যতম শ্বহীদ । তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ। কনকলতা বৰুৱাই কিশোৰী বয়সতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেখেতৰ দুর্বাৰ … Read More

আহিনৰ অনুভৱঃ

” আহিন মানেই শেৱালীৰ কোমল সুবাস। আহিন মানেই শৰৎ বন্দনা এটি ঋতু। আহিন মানেই শাৰদী কোমল জোনাক। আহিন মানেই মানুহৰ মন মতলীয়া কৰা দুৰ্গাপুজা “।   আহিনে আনে শেৱালি কোমল … Read More

কি কাৰনে, কেনেকৈ গঠন কৰা হয় স্বায়ত্বশাসিত পৰিষদ ? বৰ্তমান অসমত থকা স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ সমূহৰ কি কি ক্ষমতা আছে ?

মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সমূহৰ বিষয়ে জানি থাকিবলৈ চাঁই থাকিব কেৱল R News India 24 ৰ  MAC TODAY ধন্যবাদ। স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ। অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন … Read More

সাহিত্য অকাডেমি বঁটা বিজয়ী ৰেৱতী মোহন দত্তচৌধুৰী তথা শীলভদ্ৰ দেৱৰ জীৱনযাত্ৰাঃ

শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ আছিল। তেখেত জন্ম হয় ১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত ।   পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। … Read More

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা বিশেষঃ

আজি অসমীয়া ভাদ মাহৰ অন্তিমটো দিন অৰ্থাৎ ভদ্ৰ সংক্ৰান্তি। প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা … Read More