শৰতৰ শেৱালী জোপাৰ কি কি ঔষধী গুণ আছে জানে নে ?

শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। শেৱালিক ইংৰাজীত Night-flowering Jasmine বুলি কোৱা হয় আৰু বৈজ্ঞানিক নাম Nyctanthes arbor-tristis. লেটিন ভাষাত Nyctanthes ৰ অৰ্থ … Read More

বনৌষধি গছৰ ৰজা মহানিমত কি কি গুণ আছে আৰু কি কি বেমাৰত ব্যৱহাৰ কৰা হয় ?

মহানিমত এযোডায়ৰাচিটিন নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম, চেলাননিন, কেৱৰচেটিন আদি ৰাসায়নিক উপাদান থাকে।   মহানিম মানৱ দেহৰ ভেঁকুৰ,ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, … Read More

মাজে সময়ে আপোনাৰ পেট বিষ হয় নেকি, কিয় এনে হয় জানেনে ? পেটৰ বিষ নিৰাময় কৰা ঘৰুৱা উপায় কি কি আছে ?

পেট বিষ প্ৰায় সকলোৰে কম বেছি পৰিমানে হয়। কিন্তু কিয় হয়, কি কাৰনে হয় হয়তো আমি দুই এটা কাৰন হে জানো। প্ৰথমে জানো আহক পেট বিষৰ কাৰন সমূহঃ 1. আহাৰ … Read More

হৃদৰোগ, নিউমোনিয়া, গ্ৰহনী – এনে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰান পাবলৈ খাৱক মছন্দৰী ।

মছন্দৰীঃ অসমীয়া সমাজৰ এবিধ প্ৰচলিত শাক। মছন্দৰী খাই আপুনি কেনে পাই? মছন্দৰী হৈছে বহল পাতেৰে মাটিত বগাই যোৱা এবিধ লতা জাতীয় ঔষধিযুক্ত বন-উদ্ভিদ। ইংৰাজীত Chameleon Plant বা Fish mint বুলি … Read More

আপুনি যদি শৰীৰৰ ওজন কমাব বিচাৰে অতিশীঘ্ৰে এই বিধ ফল খাওঁক।

ফলৰ ভিতৰত এবিধ ৰসাল ফল হৈছে আনাৰস। খাই আমি সকলোৱে ভাল পাওঁ নহয় নে? এটা কথা কি জানে, মোৰ যে ইমান এলাহ লাগে বাকলি গুচাবলৈ। গ্ৰীষ্মকালত এই ফলবিধ খালে বা … Read More