“Kapé MAC”

♦️ দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত বিশেষ বৈঠক মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। ১৮/১১/২০২৫ তাৰিখে দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত উদযাপন সমিতিৰ সৈতে বিশেষ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য … Read More

“Kapé MAC”

♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস উদযাপন। ১৫/১১/২০২৫ তাৰিখে পৰিষদৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তাত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰে। দেশৰ মহান স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক, … Read More

“KAPÉ MAC”

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত নিয়োগ মেলা। ০৯/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Confederation of Indian Industry, CII Model Career Centre ৰ সহযোগত পৰিষদীয় এলেকাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী … Read More

“KAPÉ MAC”

🔸 মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জনতা চিনেমাৰ মাজত চুক্তি স্বাক্ষৰ। ২৭ অক্টোবৰ ২০২৫ তাৰিখে পৰিষদৰ অধীনত মিনি চিনেমা হল স্থাপন আৰু পৰিচালনাৰ বাবে পৰিষদৰ সচিবালয়ত জনতা চিনেমাৰ সৈতে এক বুজাবুজি … Read More

মিচিং স্পৰ্টচ কাৰ্নিভেল সফল সামৰণি।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “মিচিং স্পৰ্টচ কাৰ্নিভেল” সফলতাৰে সামৰণি পৰিল। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ পেছাদাৰী ফুটবলাৰ … Read More

মিচিং স্পৰ্টচ কাৰ্নিভেল ২০২৫ৰ প্ৰথম দিন।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে গোগামুখত ২৩ অক্টোবৰ পৰা ২৬ অক্টোবৰ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “মিচিং স্প’ৰ্টছ কাৰ্নিভেল” অনুষ্ঠিত কৰিছে। প্ৰথম দিন- পুৱা প্ৰাণৰ শিল্পী জুবিন … Read More

“Kapé MAC”

■ ১৪/১০/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত পৰিষদৰ অষ্টমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ – ১) ১ নৱেম্বৰৰ … Read More

“Kapé MAC”

■ ২৭/০৯/২০২৫ লখিমপুৰ জিলাৰ বগিনদীস্থিত চেঃদি মেঃল লত্তাত আদি মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম সংখ্যক “চলুং উৎসৱ” উদযাপন। পতাকা উত্তোলন কৰে AMBKৰ সভাপতি নৰেশ্ব কুম্বাঙে। অনুষ্ঠানৰ শুভ … Read More

“কাৰ্পোমপুলি”

এয়া আকাশবাণী ডিব্ৰুগড়….। বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে চহকী অসমৰ অগণন শ্ৰোতাৰ আৱেগ, ভৰষা তথা মন-প্ৰাণৰ সংগী “আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ”। বিশেষকৈ, অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা শ্ৰোতাক … Read More

“Kapé MAC”

■ ১০/০৯/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত অন্তৱৰ্তীকালীন সমিতিৰ পঞ্চমখন কাৰ্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত পৰিষদৰ অভিলাষী অভিযান জীৱন-জীৱিকা, স্বাস্থ্য, ৰাজহ আৰু উন্নয়নৰ ওপৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ক্ৰমেঃ ১/ … Read More

“Kapé MAC”

■ ০৪/০৯/২০২৫ গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “অন্তৰংগ আলাপ” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু … Read More

“Kapé MAC”

■ ২৮/০৮/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে লোহিতমুখ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গহপুৰত নিৰ্মাণ কৰা “মিচিং ভৱন” শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। অনুষ্ঠানত বিশিষ্ট অতিথি আসন অলংকৃত … Read More