“Kapé MAC”

  ■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখস্থিত চুমনি গাঁৱত নিৰ্মীয়মান মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জল ৭৬ সংখ্যক গণতন্ত্র দিৱস উদযাপন কৰে। পুৱা শ্বহীদ বেদীত … Read More

সদৌ অসম পেনচাক্ চিলাট সংন্থা।

সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৱা ২২ ডিচেম্বৰ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অসম ভিত্তিত ২০০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অনুষ্ঠিত হোৱা … Read More

মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ সফল সামৰণি।

  অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮ নৱেম্বৰ তাৰিখৰ … Read More

Kapé MAC

■ ১৮/১১/২০২৪ তাৰিখে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ধেমাজি সম্বৰ্দ্ধনা আৰু মুখপত্ৰ “নাট্যপ্ৰজ্ঞা” উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী … Read More

Kapé MAC

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে।   … Read More

Kapé MAC

  ■ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি বুনিয়াদী স্তৰত আগন্তুক শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাত পাঠদানৰ বাবে প্ৰস্তুতি আৰম্ভ । ২৭/১০/২০২৪ তাৰিখে জনতা ভৱনত বিভিন্ন জনগোষ্ঠীৰ স্বায়ত্বশাসিত পৰিষদ, সাহিত্য সভা আৰু ৰাজ্যিক … Read More

Kapé MAC

১/ ২১/১০/২০২৪ তাৰিখে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত বৈঠকত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ … Read More

মিচিং স্বায়ত্বশাসিত পৰিষদৰ নতুন সমষ্টি সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ উদ্দেশ্যপ্ৰণোদিত আৰু অপ্ৰাসংগিক : মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

  লিখিত আবেদন অবিহনে এখনো অনা মিচিং গাওঁ অন্তৰ্ভূক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত। আজি ইংৰাজী ১৮/০৯/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি নতুন সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগৰ বিষয়ে … Read More

Kapé MAC

১. ২৫/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন দিচাংমুখৰ গণশিল্পী বিক্ৰম সিং য়েইন সোঁৱৰণী সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে। সভাৰ আদৰণি ভাষণ আগবঢ়ায় … Read More

গোগামুখ চুমনি গাঁৱত মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী সচিবালয় ভৱনৰ “টুৰগিং দিংগদ” তথা নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভনি ।

গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ স্থায়ী সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা- অহা ৮ তাৰিখৰ পৰা নিযুত মাইনা আঁচনিৰ শুভৰাম্ভনি কৰা হব। মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনিল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য আৰু মিচিং জাতীয় সংগঠনৰ … Read More

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হাতত প্ৰদান কৰে পদত্যাগ পত্ৰ। ৮ জুনত পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা। ২/ লণ্ডনত অনুষ্ঠিত হ’ব ‘JLF London at British Library, 2024’ … Read More