অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক অচ্যুত লহকৰ।

অচ্যুত লহকৰঃ  অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক। তেওঁক “মঞ্চ প্ৰভাকৰ” বুলিও জনা যায়। চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল … Read More

বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ।

চন্দ্ৰপ্ৰসাদ শইকীয়াঃ অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃ নাম দুৰ্গেশ্বৰী শইকীয়া। ১৯৩৮ … Read More

অভিনেতা দিলীপ কুমাৰ।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ। প্ৰকৃত নাম (মহম্মদ ইউচুফ খান । দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতা জনৰ প্ৰথম ছবি … Read More

গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা।

অসমৰ এজন গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা। ১৯২৪ চনৰ ৬ জুলাই তাৰিখে দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গজেন নাথ বৰা আৰু মাকৰ নাম … Read More

সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায (হীৰুদা)।

ভাৰত বৰ্ষৰ এগৰাকী খ্যাতিসম্পন্ন কবি, সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি … Read More

শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী হংসা জীৱৰাজ মেহতা।

ভাৰতীয় এগৰাকী শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল হংসা জীৱৰাজ মেহতা। ১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল। তেওঁ … Read More

ভাৰত গৌৰৱ তথা কাৰ্গিল যুদ্ধত শ্বহীদ অসম সন্তান জিণ্টু গগৈ।

ভাৰত গৌৰৱ শ্বহীদ জিণ্টু গগৈ। ১৯৭০ চনৰ ২১ নবেম্বৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জন্ম হৈছিল। তেখেতৰ পিতৃ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। তেখেতৰ পিতৃ ঠগিৰাম বায়ুসেনা বিভাগৰ … Read More

বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।

অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা … Read More

জয় কৃষকৰ জয়, জয় অন্নদাতাৰ জয়!

Assam,November 22: জয় কৃষকৰ জয়, জয় অন্নদাতাৰ জয়! আকৌ এবাৰ উমান পোৱা গ’ল কৃষকৰ অপ্ৰতিৰোধ্য শক্তিৰ। কৃষকসকলৰ আপোচহীন সংগ্ৰাম সফল পৰিসমাপ্তি। দেশৰ অন্নদাতা কৃষকসকলৰ কঠোৰ আন্দোলনত নতমস্তক কেন্দ্ৰীয় চৰকাৰ। অৱশেষত … Read More

গান্ধী জয়ন্তী অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ উপজা দিন

Assam, October 2: আজি অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ উপজা দিন। তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰি ২ অক্টোবৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰি অহা হৈছে। অসাধাৰণ ব্যক্তিত্বৰ … Read More

‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক আজিৰ পৰা ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ বুলি কোৱা হ’ব।

Assam,  August 6 : ভাৰতত ক্ৰীড়াক্ষেত্ৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক আজিৰ পৰা ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ নহয় ‘মেজৰ ধ্যান চান্দ … Read More

শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা আৰু শিক্ষক নিযুক্তি সন্দৰ্ভত এক পৰ্য্যালোচনা

Assam, July 25 শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা আৰু শিক্ষক নিযুক্তি সন্দৰ্ভত এক পৰ্য্যালোচনা : – নিৰ্মল নৰহ   ভাষা বিজ্ঞানী সকলে আমাক সকলোকে জনাই আহিছে যে, সেই পৃথিৱীৰ বুকুৰ … Read More