ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত ৰাজু বৰুৱা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন।

লখিমপুৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ অভিযুক্ত দুধৰ্ষ ৰাজু বৰুৱা। ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এজন বিচাৰাধীন বন্দীয়ে মঙলবাৰে লখিমপুৰ জিলা আদালত চৌহদৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে, য’ত তেওঁক শুনানিৰ … Read More

বিশিষ্ট সংগীত শিল্পী বিহু সম্ৰাট খগেন মহন্তৰ জীৱন যাত্ৰা ।

অসমৰ বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, বিহু সম্ৰাট খগেন মহন্তৰ দেৱৰ আজি উপজা দিন। তেখেতে বহুতো কালজয়ী গীত ৰছনা কৰি অসমীয়া সাংস্কৃতিক জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ কৰ্মৰাজী … Read More

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বাধীন CAA আন্দোলনক লৈ আপুনি একমত নে।

উত্তৰ-পূব ছাত্ৰ সংগঠন এ আজিৰ পৰা সমগ্ৰ উত্তৰ-পূবত অঞ্চলত নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। উত্তৰ-পূব ছাত্ৰ সংগঠনে বুধবাৰে সমগ্ৰ উত্তৰ-পূবত থকা মুখ্য কাৰ্যালয়ত নাগৰিকত্ব সংশোধনী আইন ৰ বিৰুদ্ধে … Read More

প্রিয় দৰ্শক R News India 24 লৈ স্বাগতম জনাইছোঁ ।

প্রিয় দৰ্শক R News India 24 লৈ স্বাগতম জনাইছোঁ ।   Visit Our Website www.rnewsindia24.com . Follow Our Facebook Page R News India 24 . Subscribe Our YouTube Channel R News … Read More

ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জীৱন যাত্ৰা ।

অটল বিহাৰী বাজপেয়ীঃ জীৱনৰ অধিকাংশ সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাই থৈ গৈছে। তেখেত ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ভাৰত বৰ্ষৰ উন্নয়নৰ হকে নিস্বাৰ্থ ভাৱে ত্যাগ আৰু সেৱা আগবঢ়াই … Read More

ত্ৰিৰংগাক অপমান কৰাৰ শাস্তি কি ?

স্বাধীনতা দিৱসৰ সমাপ্তিৰ পিছত য’তে ত’তে পেলাব নােৱাৰিব ৰাষ্ট্ৰীয় পতাকা। নিয়ম উলংঘা কৰিলে হ’ব পাৰে জেইল।   জানোঁ আহক কি কি নিয়ম বা নিয়মাৱলী আছেঃ- ত্ৰিৰংগা উত্তোলনৰ সঠিক পদ্ধতি আৰু … Read More

ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসঃ

স্বাধীনতা দিৱসঃ “মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম” – নেতাজী সুভাষ চন্দ্ৰ বসু।   ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। প্ৰতিবছৰে ১৫ আগষ্ট দিনটোক … Read More

ভাৰতৰ চলচ্চিত্ৰ জগতখনৰ উজ্বল নক্ষত্ৰ শাম্মী কাপুৰৰ জীৱন যাত্ৰা ।

ভাৰতৰ চলচ্চিত্ৰ জগতখনৰ উজ্বল নক্ষত্ৰ, এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক হৈছে শাম্মী কাপুৰ। তেখেতৰ চিন্তাধাৰা, কৰ্মৰাজী, তেওঁ লাভ কৰা সন্মান সমূহৰ বাবে ভাৰতবাসীৰ অন্তৰত চিৰস্মৰণীয় হৈ থাকিব।   আজি … Read More

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত পদ্মশ্ৰী ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন যাত্ৰা।

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াঃ অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক,পদ্মশ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি প্ৰাপ্ত, অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, অসম উপত্যকা সাহিত্য … Read More

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ফগ্গিং অপাৰেচন।

  মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া নেতৃত্বত ফগ্গিং অপাৰেচন। জাপানীজ এনকেফ্লাইটিছৰ ভয়াৱহতা আৰু আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিয়ে সমষ্টিয়ে ফগিঙৰ ব্যৱস্থা গ্ৰহন কৰিছে। যোৱা … Read More

চিত্ৰশিল্পী, প্ৰকৃতি কোঁৱৰ ৰবীন বেনাৰ্জীৰ জীৱন যাত্ৰা।

ৰবীন বেনাৰ্জীঃ অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা, পদ্মশ্ৰী উপাধি প্ৰাপ্ত, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি প্ৰাপ্ত, প্ৰকৃতি কোঁৱৰ উপাধি প্ৰাপ্ত, ৰবীন খুড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি … Read More

হৃদৰোগ, নিউমোনিয়া, গ্ৰহনী – এনে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰান পাবলৈ খাৱক মছন্দৰী ।

মছন্দৰীঃ অসমীয়া সমাজৰ এবিধ প্ৰচলিত শাক। মছন্দৰী খাই আপুনি কেনে পাই? মছন্দৰী হৈছে বহল পাতেৰে মাটিত বগাই যোৱা এবিধ লতা জাতীয় ঔষধিযুক্ত বন-উদ্ভিদ। ইংৰাজীত Chameleon Plant বা Fish mint বুলি … Read More