পাচলিৰ ৰজা আলুৰ কি কি গুণ আছে ? আলু কিয় চকু বা ছালত লগাব লাগে ? কি ৰোগৰ ৰোগীয়ে আলু খাব নালাগে ?

আলু প্ৰায় মানুহৰে প্ৰিয়। অৱশ্যে মোৰো প্ৰিয় ন’হলেই নহয়। আলুত প্ৰটিন, কাৰ্বোহাইড্ৰেট, কেলছিয়াম, ফছফোৰাছ, লৌহ পদাৰ্থৰে ভৰপূৰ। আলুৰ বৈজ্ঞানিক নাম হৈছে- Solanum tubarosum আলু আয়ুসবৰ্ধক, বায়ুবৰ্ধক, পাচন প্ৰণালীৰ শক্তিবৃদ্ধিকাৰক, ধাতু … Read More

কণী আপোনাৰ প্ৰিয় নেকি? কণীত স্বাস্থ্যৰ বাবে উপকাৰি নে অপকাৰি? সবিশেষ এই প্ৰতিবেদনত।

কণী আমাৰ স্বাস্থ্যৰ বাবে যিমান উপকাৰি সিমানেই অপকাৰিও। কণীত মেক্ৰনিউট্ৰিয়েন্ট প্ৰটিন, কাৰ্বোহাইড্ৰেট, ফেট ২- মাইক্ৰনিউট্ৰিয়েন্ট, ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট, এমিন’ এচিড, প্ৰ’টিন আৰু প্ৰচুৰ পৰিমাণে ফেট থাকে। কুহুমত থাকে … Read More

ঢেকীয়াত কি কি ভিটামিন আৰু কি ঔষধি গুণ আছে ?

ঢেকীয়াঃ অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোলকনৰ সোৱাদেই সুকীয়া। ঢেকীয়া- প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, … Read More

মস্তিস্কৰ ক্ৰিয়া, উফি, তেজ গোট মৰা, বমি, খৰ, খজুৱতি, চালৰ ভেকুৰ, কৃমি পেলু আদি বিভিন্ন সমস্যাসমূহৰ সমাধান কেৰেলা ।

কেৰেলাঃ তিতা সোৱাদৰ বাবেই বহুতে কেৰেলা নাখায়, কেৰেলা দেখিলেই মুখ কোচাই। কেৰেলা ইংৰাজীত Bitter gaurd। কেৰেলাৰ ইমানেই ঔষধী গুণ আছে, শুনিলে আপুনি আচৰিত হব। কেৰেলাত ভিটামিন চি, ভিটামিন বি, ভিটামিন … Read More

গৰ্ভৱতী মহিলাই পালেং শাক কিয় খাব লাগে জানে নে ? চকুৰ ৰশ্মি, ৰক্তহীনতা, মুখত সাঁচ পৰা, হিম’গ্লবিন বৃদ্ধিত, পেস্ৰাৱ হালধীয়া আদি বিভিন্ন ৰোগত পালেং শাকে আমাক সহায় কৰিব পাৰে কেনেকৈ ?

পালেং শাক অত্যন্ত পুষ্টিকৰ। পালেং শাকত প্ৰটিন, খনিজ লৱণ, ভিটামিন A, বিটাকেৰটিন, কেলচিয়াম, আইৰণ, আহ, কাৰ্বহাইড্ৰেত, অজৈৱিক নাইট্ৰেত, প্লেবোন’ইড্স আদি থাকে। পালেং শাকৰ ইংৰাজী নাম Spinach আৰু বৈজ্ঞানিক নাম Spinica … Read More

ছাল আৰু চুলিৰ সৌন্দৰ্য বঢ়াবলৈ খাওঁক এইবিধ পাচলি।

ভেন্দি অত্যন্ত পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন। ভেন্দিৰ ইংৰাজী প্ৰতিশব্দ হৈছে Ladies finger. ভেন্দিত ডায়েটেৰী ফাইবাৰ, কাৰ্বোহাইড্ৰেট, প্ৰটিন, প’টেচিয়াম, চ’ডিয়াম, মেগনেচিয়াম, কেলচিয়াম, আইৰণ, জিংক,মেংগানিজ, ফচফ’ৰাচ, ভিটামিন বি৬, ভিটামিন বি১২, ভিটামিন এ, … Read More

জিকাৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ?

সুস্থ-অসুস্থ সকলো লোকেই নিয়মীয়াকৈ খাব পৰা পাচলি বিধেই হৈছে জিকা। জিকাক ইংৰাজীত Ridged gourd বুলি কোৱা হয়। জিকাত থকা উপাদানবোৰ হৈছে- প্ৰ’টিন, চৰ্বি, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ছডিয়াম, পটাছিয়াম, … Read More

বাঁহগাজত কি কি ঔষধি গুণ আছে আপুনি জানে নে ?

বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত ঔষধি গুণসম্পন্ন খাদ্য। বাঁহ গাজ কাৰ্বোহাইড্ৰেট, প্ৰটিন, ফেট, ডায়েটেৰী ফাইবাৰ, থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন চি, ভিটামিন এ, ভিটামিন ই আৰু ভিটামিন কে, … Read More

নিশা মধুৰ নিদ্ৰাত মগ্ন হবলৈ বৰ্জন কৰক এইকেইবিধ খাদ্য।

আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিব বিচাৰো, ধুনীয়া হৈ থাকিব বিচাৰোঁ, দীৰ্ঘদিন জীয়াই থাকিব বিচাৰোঁ নহয় নে ? তাৰ বাবে লাগিব আমাক স্বাস্থ্যকৰ খাদ্য। এনে খাদ্য খালেহে আমাৰ শৰীৰটো সুস্থ হৈ … Read More

১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।

কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি। বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়। কলপাতত ভগবানলৈ … Read More

চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More

কচুৰ এই গুন জানি চক খাব আপুনি। মহিলাসকলে কিয় কচু খাব লাগে ? কি ঔষধি গুন আছে কচুৰ ?

মহিলাসকলে কিয় কচু খাব লাগে? অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি … Read More