“Kapé MAC”

  ■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখস্থিত চুমনি গাঁৱত নিৰ্মীয়মান মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জল ৭৬ সংখ্যক গণতন্ত্র দিৱস উদযাপন কৰে। পুৱা শ্বহীদ বেদীত … Read More

“Kapé MAC”

  ■ ২০/০১/২০২৫ তাৰিখে ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সভাকক্ষত IARI, নাবাৰ্ড আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ ত্ৰিপাক্ষিক এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। সভাত কৃষি, মীন আৰু উদ্যান … Read More

Kapé MAC

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ দ্বাৰা ২০২৩ চনৰ পৰা বৰ্ষৰ প্ৰথমখন পৰিষদীয় সাধাৰণ সভা পৰিষদৰ অন্তৰ্গত এখন গাঁৱত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অনুসৰি ০৫/০১/২০২৫ তাৰিখে মাজুলী জিলাৰ কুলামুৱা স্থিত “দ্যা … Read More

Kapé MAC

■ ১০/১২/২০২৪ তাৰিখে চিলাপথাৰস্থিত দঃঞি পঃল কমপ্লেক্সৰ প্ৰাংগনত নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন আৰু চিলাপথাৰ কুলাজান সমবায় সমিতিৰ নৱ-নিৰ্মিত‌ কাৰ্যালয়ৰ শুভ উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ … Read More

Kapé MAC

মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪। মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৪/১২/২০২৪ তাৰিখৰ পৰা ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ দিনীয়াকৈ “পঞ্চদশ মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪” অনুষ্ঠিত … Read More

Kapé MAC

■ ১৮/১১/২০২৪ তাৰিখে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ধেমাজি সম্বৰ্দ্ধনা আৰু মুখপত্ৰ “নাট্যপ্ৰজ্ঞা” উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী … Read More

Kapé MAC

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে।   … Read More

Kapé MAC

■ ০৬/১১/২০২৪ তাৰিখে গুৱাহাটীৰ কন্যাধাৰাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ সচিব গোবিন মোহনক সাক্ষাৎ কৰি মিচিং স্বায়ত্বশাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদান আৰু জাতীয় বিভিন্ন সমস্যা সমাধাসূত্ৰে … Read More

Kapé MAC

  ■ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি বুনিয়াদী স্তৰত আগন্তুক শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাত পাঠদানৰ বাবে প্ৰস্তুতি আৰম্ভ । ২৭/১০/২০২৪ তাৰিখে জনতা ভৱনত বিভিন্ন জনগোষ্ঠীৰ স্বায়ত্বশাসিত পৰিষদ, সাহিত্য সভা আৰু ৰাজ্যিক … Read More

Kapé MAC

১/ ২১/১০/২০২৪ তাৰিখে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত বৈঠকত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ … Read More

মিচিং স্বায়ত্বশাসিত পৰিষদৰ নতুন সমষ্টি সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ উদ্দেশ্যপ্ৰণোদিত আৰু অপ্ৰাসংগিক : মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

  লিখিত আবেদন অবিহনে এখনো অনা মিচিং গাওঁ অন্তৰ্ভূক্ত হোৱা নাই মিচিং স্বায়ত্বশাসিত পৰিষদত। আজি ইংৰাজী ১৮/০৯/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি নতুন সীমা নিৰ্দ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগৰ বিষয়ে … Read More

Kapé MAC

১. ২৫/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন দিচাংমুখৰ গণশিল্পী বিক্ৰম সিং য়েইন সোঁৱৰণী সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে। সভাৰ আদৰণি ভাষণ আগবঢ়ায় … Read More