চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More

কচুৰ এই গুন জানি চক খাব আপুনি। মহিলাসকলে কিয় কচু খাব লাগে ? কি ঔষধি গুন আছে কচুৰ ?

মহিলাসকলে কিয় কচু খাব লাগে? অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি … Read More

ভাষাতত্ত্ববিদ, পদ্মশ্ৰী, পদ্মভূষন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জীৱন যাত্ৰা।

কৃষ্ণকান্ত সন্দিকৈঃ  ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন … Read More

অমৃতযুক্ত এইবিধ ফল খাওঁক আৰু নিৰোগী হৈ থাকক।

গৰম দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন অনুভৱ কৰে নে? মোৰ হ’লে নেমুটেঙা আটাইতকৈ প্ৰিয়, ন’হলে নহয়ে। আমাৰ প্ৰায় সংখ্যক মানুহৰ ঘৰত নেমু গছ আছে। নেমুটেঙাত চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম, ফছফৰাছ … Read More

শাওন মাহৰ সোমবাৰৰ বিশেষত্ব। শিৱ ভক্ত সকলে কি কৰিলে সু-ফল আৰু কি কৰিলে কু-ফল পাব জানিবলৈ চাওঁক এই প্ৰতিবেদন।

শাওন মাহৰ সোমবাৰৰ বিশেষত্বঃ  এই শাওন মাহত শিৱক আৰাধানা কৰাৰ ‘উত্তম মাহ’ বুলি ধৰা হয়। শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয়। শাওন মাহত সদাশিৱ ওপজিছিল বুলি বিশ্বাস কৰা হয়। এই … Read More

ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন নেলছন মেণ্ডেলাৰ জীৱন যাত্ৰাঃ

নেলছন মেণ্ডেলাঃ দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, ভাৰত ৰত্ন উপাধি প্ৰাপ্ত, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ২৭ বছৰীয়া কাৰাবন্দী জীৱন কটোৱা … Read More

ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনা কর্মশালা।

ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনাৰ সম্বন্ধে বিশেষ কর্মশালা। লক্ষীমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (ডায়েট) ৰ উদ্যোগত যোৱা ৫ আৰু ৬ জুলাই তাৰিখে ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ … Read More

বিশ্ব ইম’জি দিৱস, আপুনি আপোন জনৰ সৈতে মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ দিনে ৰাতিয়ে ব্যৱহাৰ কৰা “ইম’জি”ৰ বিষয়ে জানে নে ?

“World Emoji Day“ “ইম’জিক লগত ৰাখক আৰু আপোনাৰ আপোন মানুহৰ সৈতে হৃদয়ৰ ভাষা, আৱেগৰ ভাষাৰে সদায় প্ৰাণভৰি, মন খুলি বাৰ্তা লাপ কৰি জীৱনটো উপভোগ কৰক” আজি ১৭ জুলাই অৰ্থাৎ আজিৰ … Read More

অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা “এডাম স্মিথ” ।

এডাম স্মিথঃ এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু নৱজাগৰনৰ এগৰাকী মুখ্য ব্যক্তি আছিল। তেখেতৰ জন্ম হৈছিল ১৭২৩ চনৰ ১৬ জুনত ক্ৰিকক্লেডি, … Read More

দাঁত মজাৰ আগত পানী খোৱাৰ অভ্যাস কৰক আজিয়েই আৰু লাভ কৰক এই চাৰিটা বিশেষ উপকাৰ।

দাঁত মজাৰ আগত পানী খোৱাৰ অভ্যাস কৰক আজিয়েই। জানি লওঁক এই চাৰিটা উপকাৰ। এই অভ্যাসে আপোনাক নিৰোগী কৰি ৰাখিব। ৰাতিপুৱা কম বেছি পৰিমানে পানী খোৱাৰ অভ্যাস আমাৰ সকলোৰে আছে। কিন্তু … Read More

প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, পদ্মশ্ৰী কনকসেন ডেকা দেৱৰ জীৱন যাত্ৰা !

কনকসেন ডেকাঃ অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি আছিল।   কামৰূপ জিলাৰ … Read More