আপোনাৰ মৰমৰ গাল দুখনত ক’লা দাগ পৰিছে নেকি? ক’লা দাগৰ অসহ্যকৰ আৰু আপোনাৰ সৌন্দৰ্যত কুৎচিতৰ চাপ পেলোৱা বিৰক্তিকৰ এই সমস্যাৰ সমাধান কেনেকৈ কৰিব ?

প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ মুখখন নিমজ আৰু সতেজ কৰি ৰাখিব বিচাৰে৷ নিজকে সজাই -পৰাই ধুনীয়া কৰি ৰাখিবলৈ সকলোৱে বিচাৰো। নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী বিভিন্ন ধৰনৰ প্ৰসাধন সামগ্ৰী … Read More

কি কি কাৰনত উচ্চ ৰক্তচাপ বৃদ্ধি হয় আৰু নিৰাময়ৰ উপায় কি ? এই ৰোগত ভুগি আছে যদি আপোনাৰ বাবে এই প্ৰতিবেদন।

আমাৰ প্ৰায় সকলোৰে উচ্চ ৰক্তচাপৰ সমস্যা আছে। কিছুমান সাৱধানতা অৱলম্বন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। উচ্চ ৰক্তচাপে হৃদৰোগ, ষ্ট্র’ক, বৃক্ক ৰোগ, চকুৰ ৰোগ আদি জটিল ৰোগ সৃষ্টি কৰিব পাৰে৷ … Read More

মস্তিস্কৰ ক্ৰিয়া, উফি, তেজ গোট মৰা, বমি, খৰ, খজুৱতি, চালৰ ভেকুৰ, কৃমি পেলু আদি বিভিন্ন সমস্যাসমূহৰ সমাধান কেৰেলা ।

কেৰেলাঃ তিতা সোৱাদৰ বাবেই বহুতে কেৰেলা নাখায়, কেৰেলা দেখিলেই মুখ কোচাই। কেৰেলা ইংৰাজীত Bitter gaurd। কেৰেলাৰ ইমানেই ঔষধী গুণ আছে, শুনিলে আপুনি আচৰিত হব। কেৰেলাত ভিটামিন চি, ভিটামিন বি, ভিটামিন … Read More

গৰ্ভৱতী মহিলাই পালেং শাক কিয় খাব লাগে জানে নে ? চকুৰ ৰশ্মি, ৰক্তহীনতা, মুখত সাঁচ পৰা, হিম’গ্লবিন বৃদ্ধিত, পেস্ৰাৱ হালধীয়া আদি বিভিন্ন ৰোগত পালেং শাকে আমাক সহায় কৰিব পাৰে কেনেকৈ ?

পালেং শাক অত্যন্ত পুষ্টিকৰ। পালেং শাকত প্ৰটিন, খনিজ লৱণ, ভিটামিন A, বিটাকেৰটিন, কেলচিয়াম, আইৰণ, আহ, কাৰ্বহাইড্ৰেত, অজৈৱিক নাইট্ৰেত, প্লেবোন’ইড্স আদি থাকে। পালেং শাকৰ ইংৰাজী নাম Spinach আৰু বৈজ্ঞানিক নাম Spinica … Read More

মাজে সময়ে আপোনাৰ পেট বিষ হয় নেকি, কিয় এনে হয় জানেনে ? পেটৰ বিষ নিৰাময় কৰা ঘৰুৱা উপায় কি কি আছে ?

পেট বিষ প্ৰায় সকলোৰে কম বেছি পৰিমানে হয়। কিন্তু কিয় হয়, কি কাৰনে হয় হয়তো আমি দুই এটা কাৰন হে জানো। প্ৰথমে জানো আহক পেট বিষৰ কাৰন সমূহঃ 1. আহাৰ … Read More

ছাল আৰু চুলিৰ সৌন্দৰ্য বঢ়াবলৈ খাওঁক এইবিধ পাচলি।

ভেন্দি অত্যন্ত পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন। ভেন্দিৰ ইংৰাজী প্ৰতিশব্দ হৈছে Ladies finger. ভেন্দিত ডায়েটেৰী ফাইবাৰ, কাৰ্বোহাইড্ৰেট, প্ৰটিন, প’টেচিয়াম, চ’ডিয়াম, মেগনেচিয়াম, কেলচিয়াম, আইৰণ, জিংক,মেংগানিজ, ফচফ’ৰাচ, ভিটামিন বি৬, ভিটামিন বি১২, ভিটামিন এ, … Read More

জিকাৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ?

সুস্থ-অসুস্থ সকলো লোকেই নিয়মীয়াকৈ খাব পৰা পাচলি বিধেই হৈছে জিকা। জিকাক ইংৰাজীত Ridged gourd বুলি কোৱা হয়। জিকাত থকা উপাদানবোৰ হৈছে- প্ৰ’টিন, চৰ্বি, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ছডিয়াম, পটাছিয়াম, … Read More

কেঞ্চাৰ, হৃদৰোগ, গ্ল’কমা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেচন, এচিডিটি আদি ৰোগৰ পৰা পিয়াঁজে আপোনাক বচাব পাৰে। কেনেকৈ জানে নে ?

পিয়াঁজ আমাৰ স্বাস্থ্য বাবে বহুত উপকাৰী। কৰ্কট ৰোগ, গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন, শৌচ ,এচিডিটি, পেটৰ বিষ, কাহ, কফ, হাৰ্টৰ সমস্যা আদিৰ বাবে পিয়াঁজ অতি উত্তম। পিয়াঁজত থকা ভিটামিন সমূহ হৈছে- ফ’লেট, … Read More

কোমোৰা আৰু হাঁহৰ মাংস কি কি ৰোগৰ ৰোগীয়ে খাব লাগে জানে নে ?

কোমোৰা আৰু হাঁহৰ মাংসঃ অসমীয়া ৰাইজৰ এটি পৰিচিত খাদ্য। জহা কোমোৰা আৰু হাঁহৰ মাংস নামটো শুনিলেই হয়তো লোভৰ পানী পৰে। কোমোৰা আৰু হাঁহৰ মাংসত বহুত উপাদান আছে। প্ৰথমে জানো আহক … Read More

বাঁহগাজত কি কি ঔষধি গুণ আছে আপুনি জানে নে ?

বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত ঔষধি গুণসম্পন্ন খাদ্য। বাঁহ গাজ কাৰ্বোহাইড্ৰেট, প্ৰটিন, ফেট, ডায়েটেৰী ফাইবাৰ, থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন চি, ভিটামিন এ, ভিটামিন ই আৰু ভিটামিন কে, … Read More

তুলসীৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ? কি কি ৰোগত তুলসী ব্যৱহাৰ কৰিব লাগে ?

“তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ। তুলসীক ইংৰাজীক “Holy Basil” বুলি কোৱা হয়। তুলসীৰ … Read More

মূৰৰ বিষ কি কি কাৰনত হব পাৰ, আপুনি জানে নে ?

অত্যধিক চিন্তা আৰু প্রকাশ কৰিব নোৱাৰা উত্তেজনা, খোৱা-বোৱা আৰু শৌচ-প্ৰসাৱ অনিমীয়া হ’লে, স্নায়বিক দুৰ্বলতা থাকিলে, মূৰত আঘাত পালে,গভীৰ চিন্তা-চৰ্চা, উদ্বেগ, ছাইনাছিইটিছ, চকুৰ অসুখ আদি থাকিলে আমাৰ মূৰৰ বিষ হয়। মূৰৰ … Read More