মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন।

চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More

Kapé MAC

® বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ কৰ্মশালা। ১৫/০৭/২০২৬ তাৰিখে নেচাৰ্চ বেকনৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত টাবুৰাম টাইদ সোঁৱৰণি সভাকক্ষত “বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক এখনি … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন। ৪/০৫/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ১৫ নং গোগামুখ সমষ্টিৰ অন্তৰ্গত নামনি টাজিক গাঁৱৰ পৰা ধলপুৰীয়ালৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন কৰে … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”। 🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা। ধেমাজিস্থিত বেচামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত ১৬/০২/২০২৬ তাৰিখে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সভাপতিত্বত অন্তৰ্ৱৰ্তীকালীন সমিতিৰ ‘চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা’ অনুষ্ঠিত … Read More

Tani FM সম্প্ৰচাৰ শুভাৰম্ভণি ।

® Rural Enterprise ৰ অধীনত নিৰ্মাণ কৰা Tani FM Online Radio App ত সম্প্ৰচাৰ শুভাৰম্ভণি। Rural Enterprise আৰু Tani FM কৰ্তৃপক্ষই এক সংবাদ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে, অসমৰ খিলঞ্জীয়া … Read More

Kapé MAC

® Tani FM আৰু মিচিং আগম কৗবাঙৰ বিশেষ বৈঠক।১/০১/২০২৬ তাৰিখে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৰ বাসগৃহত মিচিং ভাষা প্ৰধান প্ৰথম FM অৰ্থাৎ Tani FM আৰু মিচিং আগম কৗবাঙৰ মাজত … Read More

“Kapé MAC”

♦️ দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ ২০২৫। মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত বৃহত্তৰ বগীনদীবাসী ৰাইজৰ সহযোগত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰ তাৰিখলৈ ওখমাটি নাহৰণি দুলুং বন গাঁৱত অগতানুগতিক কাৰ্যসূচীৰে দুলুং সোৱণশিৰি প্ৰকৃতি … Read More

Kapé MAC

♦️সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫। মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ৩ৰ পৰা ৭ ডিচেম্বৰ তাৰিখলৈ ডিব্ৰুগড় চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা’ অনুষ্ঠিত … Read More

“Kapé MAC”

♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস উদযাপন। ১৫/১১/২০২৫ তাৰিখে পৰিষদৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তাত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰে। দেশৰ মহান স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক, … Read More

“Kapé MAC”

■ ১৪/১০/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত পৰিষদৰ অষ্টমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ – ১) ১ নৱেম্বৰৰ … Read More

“Kapé MAC”

■ ২৭/০৯/২০২৫ লখিমপুৰ জিলাৰ বগিনদীস্থিত চেঃদি মেঃল লত্তাত আদি মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম সংখ্যক “চলুং উৎসৱ” উদযাপন। পতাকা উত্তোলন কৰে AMBKৰ সভাপতি নৰেশ্ব কুম্বাঙে। অনুষ্ঠানৰ শুভ … Read More