Kapé MAC

® MACৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক। ৩০/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ সচিবালয়ৰ সভাকক্ষত অন্তর্বর্তীকালীন পৰিষদৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ জনমুখী আঁচনিত নৱ সংযোজনেৰে … Read More

Kapé MAC

® MAC ৰ পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন। ২২/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শেনচোৱা জেউতি প্ৰাথমিক বিদ্যালয়, ৬নং অৱাং জ’নাই … Read More

Kapé MAC

  ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত APSC-UPSC Sponsorship Coaching Programme ৰ Pre-Screening Test Seminar অনুষ্ঠান। ০৬/০৮/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Compition Care ৰ … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ১৫/০৮/২০২৬ তাৰিখে পৰিষদৰ উদ্যোগত পৰিষদৰ সচিবালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। স্মৃতি তৰ্পণ … Read More

Kapé MAC

® বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ কৰ্মশালা। ১৫/০৭/২০২৬ তাৰিখে নেচাৰ্চ বেকনৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত টাবুৰাম টাইদ সোঁৱৰণি সভাকক্ষত “বন্যপ্ৰাণী সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক এখনি … Read More

Kapé MAC

® মিচিং জিৰণি চ’ৰা ভৱন উদ্বোধন। ৩০/০৬/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বোকাখাতত নিৰ্মাণ কৰা ‘মিচিং জিৰণি চ’ৰা ভৱন’ খনি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে শুভ উদ্বোধন … Read More

Kapé MAC

® মিচিং স্বায়ত্তশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱন পৰিদৰ্শন। ২৬/০৬/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত নিৰ্মাণ কৰি থকা প্ৰশাসনিক ভৱন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মিচিং … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন। ৪/০৫/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ১৫ নং গোগামুখ সমষ্টিৰ অন্তৰ্গত নামনি টাজিক গাঁৱৰ পৰা ধলপুৰীয়ালৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন কৰে … Read More

“Kapé MAC”

® কাংকান চাপৰিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ “সমষ্টি সংহতি গোট” সভা। কাংকান চাপৰি কৃষ্টি ভৱনত ১৯/০৫/২০২৬ তাৰিখে পৰিষদৰ ২০ নং অৱনৰি, ৩৯ নং ঘূণাসুঁতি আৰু ১৯ নং পূৱ তেলাহী সমষ্টিৰ “সমষ্টি … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”। 🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা … Read More

Kapé MAC

  ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱগঠিত ৩৯নং ঘূণাসুঁতি পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা। ১১/০৩/২০২৬ তাৰিখে কমান চাপৰি মুৰং লত্তাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱ-গঠিত ৩৯নং ঘূণাসুঁতি পৰিষদীয় সমষ্টিক আনুষ্ঠানিক … Read More

Kapé MAC

  ® মিচিং স্বায়ত্বশাসিত পৰিষদৰ বুৰৈ সমষ্টিক আনুষ্ঠানিক ঘোষণা। ০৯/০৩/২০২৬ তাৰিখে ফাতিয়াবাৰী ৰঙ্গমঞ্চত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৭ নং বুৰৈ পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত … Read More